পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

868 কায়স্থ সমাজ ইতিবৃত্ত। Sijt Sibram Dutta has done much useful work in re-establishing the Pat bausi Satra and getting the accounts to balunce. He is also helping in the Aswakranta Temple accounts which are in a bad condition. He is doing much useful work in all temple affairs and his sincerity is beyond question. (Sd.) R. C. Pausey. D. C. Kamrup. 18/2/37 ইয়াৰ উপৰিও উজনীৰ সুবিখ্যাত দক্ষিণপাট, আউনী আটি আৰু কামৰূপৰ সত্ৰাধিকাৰসকলে ধন্যব', জনোৱা আৰু গৱৰ্ণমেণ্টলৈ এই সম্পৰ্কে তেওঁক প্ৰতিনিধি বাছি দিয়া বহুতো নিদৰ্শন অশ্বক্ৰান্ত দেৱালয়ৰ বাটচৰা এটা আৰু কমলপুৰ ডাক্তৰখানাত তেখেতৰ পিতৃ হাঁহিৰাম আৰু জো পিতৃ শান্তিৰামৰ নামে “হাঁহিৰাম-শান্তিৰাম আৰ নিবাস” (Imarjency shed) সাজি দিয়ে। এতে দানৰ কৃতজ্ঞতাস্বৰূপ অশ্বক্ৰান্তৰ ব্ৰাহ্মণসকলে “অনন্ত মঠৰ” বাটচৰাত এখন স্মৃতিফলক ৰাখে। ৬ শ্ৰীযুত পদ্মপাণি দত্ত-১৮১৯ শকৰ ভাদ মাহত জন্ম। গৌৰীপুৰ ৰাজ ইষ্টেট আৰু গভৰ্ণমে- কো-অপাৰেটিভ চোচাইটিৰ চুপাৰ ভাইজাৰ কাম কৰিছিল। বৰ্তমানে হোমিও প্যাথিক চিকিৎসক। এ চাকৰিতকৈ স্বাধীন ব্যৱসায়হে ভাল পায়, সেই গুণে চাকৰি এৰে। এওঁ এজন উদাৰ স্বভাৱ, পৰোপকাৰ জনপ্ৰিয়, ন্যায়নিষ্ঠ আৰু সত্যপ্ৰিয়লোক। মহাৰাজ শিৱসিংহ প্ৰদত্ত তামৰ ফলিৰ নকল :- শ্ৰীশ্ৰীহৰি। দত্ত শ্ৰশিৱসিংহ নাম নৃপতেঃ পুণ্যাৰ্থ মুৰ্বি ভুজাং মৌলিনাং গনলাঞ্চিী যুগল ৰ্গাধিপ জেঙ্গী, এস। তাম ফলি বিচিত্ৰ কুসলি না তাৰিণী সদ্ধেস্বতে মন্ত্ৰি শ্ৰীদুৱৰা কুলজাতকণাদি তেন নাজ গেৰ কামৰূপ দেশৰ বড়ুয়া বৰ কায়স্থ ও চৌধাৰী পট্টোৱাৰী ও তালুকদাৰ চাকৰিয়ালেসকলে সাবধানে জানি কোমৰ ভাগ পুবপাৰ পৰণাৰ মাড়ে গায়ত হাবি ২০ পুৰ। কোকৰিয়াত ২০ লেজাত লাল ২০ ব মাড়ে গাওঁত ১০ কোকৰিয়াত লাল ৭ মাড়ে গায়ত ৩ ইজি বঃ ৮০ পুৰা মাটী মোহনৰাইক নানক ফলি কৰি দিয়া গল, ইহাৰ কৰ কাটল পদ পঞ্চক বেঠ বেগাৰ চোৰ চিননা ধুমসি মাডে জলব ভক্ষাৰ সৰ্ববাব পৰিত্যাগ হইল। সন ১৬৬৪, জেঠ তাং ৪