পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত।

কোনো কোনোৱে আকৌ গৌড়ত বাস কৰা বাবে গৌড়-কায়স্থ শ্ৰেণীৰ উদ্ভৱ হোৱা বুলিও কয়। কিন্তু দিল্লীত গৌড়-কায়স্থ, গৌড়-ব্ৰাহ্মণ উপাধি শুনিবলৈ পোৱা যায়। পশ্চিমাঞ্চলৰ কায়স্থসকলে নিজক দেৱী পুত্ৰ বুলি পৰিচয় দিয়ে; তেওঁলোকে সকলোৱে উপযুক্ত সময়ত যজ্ঞসূত্ৰ গ্ৰহণ কৰে। (বিশ্বকোষ।) ভাৰতবৰ্ষৰ অন্যান্য ঠাইত থাকা কায়স্থ - মধ্য প্ৰদেশ—ইয়াত থাকা কায়স্থসকলে নিজক মালৱকায়স্থ বুলি পৰিচয় দিয়ে। এওঁলোকে মুছলমান আমোলত পোনতে পাৰ ভাষা শিক্ষা কৰি ৰাজবিষয় লাভ কৰিছিল। এওঁলোকৰ সকলোৱে লিখা পঢ়া জানে। বিধাতাই লিখা-পঢ়াৰ নিমিত্তেই কায়স্থক পঠাইছিল বুলি এওঁলোকে বিশ্বাস কৰে। (Malcolm's Central India Vol 11 P. 168) বোৰাই ইয়াৰ কায়স্থসকলে নিজক প্ৰকৃত ক্ষত্ৰিয় বুলি পৰিচয় দিয়ে। এওঁলোকৰ ভিতৰত ব্ৰহ্ম- ক্ষত্ৰিয়, প্ৰভু, পত্তনিপ্ৰভু আৰু বাল্মীক-কায়স্থ প্ৰধান। উপকায়স্থ আৰু প্ৰভা নামে আৰু দুই শ্ৰেণীৰ নিম্ন কায়স্থ আছে, এওঁলোকৰ লগত উপৰি উক্ত চাৰি শ্ৰেণীৰ কোনো সম্বন্ধ নাই। (fastcitro Arthur steeles law and custom of Hindu castes. P. 94) গুজৰাট—ইয়াত থাক। কায়স্থ সকলল পত্তনি প্ৰভু; এওঁলোকে সূৰ্য্যবংশীয় ক্ষত্ৰিয় বুলি পৰিচয় দিয়ে। এই কাযস্থসকলে যত্ৰ ধাৰণ কৰে আৰু যাজন, যজন আৰু দান আদি ক্ষত্ৰিয় ধৰ্ম পালন - কচ্ছ প্ৰদেশ—ইয়াৰ কায়স্থসকলে যজ্ঞসূত্ৰ ধাৰণ কৰে; তেওঁলোকৰ বেচি ভাগেই পুৰোহিত, লিখক আৰু শাৱী। + ৰাজপুতনা—ইয়াৰ কায়স্থসকলে ৰাজধান' বুলি পৰিচয় দিয়ে। বুন্দিত মধুৰ আৰু ভটনাগৰ কায় বাস। মাৰাৱাৰত থাকা কাষস্থসকলক পাঞ্চালী বা পাঞ্চলী ঠাকুৰ বোলে। ৰাজপুতনাৰ কায়স্থসকলৰ তিনই। শাখা-অজনাৰ, ৰামসৰ আৰু কেৰি। এওঁলোকে নিজক ক্ষত্ৰিয় বুলি পৰিচয় দিয়ে আৰু 75033 479 217 (Rajputana Gazatteer) মাত্ৰাজ-কাস্থ প্ৰভৃৰ বাস; ইয়াতে উপকায়স্থ আৰু প্ৰভা নামৰ কায়স্থ আছে। বেহাইয়াত পাকা কায়স্থসকলে চিত্ৰগুপ্তৰ বংশধৰ বুলি পৰিচয় দিয়ে; তেওঁলোক “লালাকায়” নামে জানাজাত। লালাকায়স্থসকলে যজ্ঞোপবীত গ্ৰহণ কৰে। এওঁলোকৰ ভিতৰত ১২টা শাখা- অহিষ্ঠান, অধ, বাল্মীক, ভট্টনগৰ, গৌড, কুলশ্ৰেষ্ঠ, মাখুন, নিগম, সকসেনা, শ্ৰীবাস্তব, সূৰ্যধ্বজ আৰু কৰণ। মাথুৰ শাখা মথুৰাৰপৰা, সকসেন শাখা ফৰক্তবাদৰ ধ্বংস সাক্ষানগৰৰপৰা, বাস্তব শ্ৰীনগৰৰপৰা আৰু ভটনাগৰ শাখা ভাটনগৰৰপৰা অহা বুলি নগেন্দ্ৰনাথ প্ৰাচ্যবিদ্যা মহাৰ্ণব মহাশয়ে অনুমান কৰে। এাচীন কমৰূপীয় কায়সকলৰ দৰে তেওঁলোকে কন্যা ঋতুমতী হোৱাৰ পূৰ্বেই বিবাহ দিয়ে আৰু • Sherrings tribes and castes Vol 11 P. 182 Indian Antiquary Vol V. P. 171