পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ১১ শতিকাৰ শেষ ভাগলৈকে আংশিক স্বাধীনভাৱে দেশ শাসন কৰি আছিল। বঙ্গদেশৰ “বাহাকোৰা” কাযস্থসকলৰ ভিতৰত “শৰ্মা” উপাধিধাৰী আগেও আছিল বৰ্তমানেও আছে। ডা: ভাণ্ডাৰকাৰে কষ:—“সামাজিক উৎপীড়নৰ বাবে এটা জাতিষে আন এটা জাতিৰ ওপৰত অত্যাচাৰ কৰা অভ্যাসটো সবলো দেশতে আছে। মহাৰাষ্ট্ৰ প্ৰভু কাষসকলক পেচোৱাসকলে উপনযন প্ৰথা এৰিবলৈ বাধ্য কৰোৱা থাটো বুৰঞ্জী বিখ্যাত; কিন্তু প্ৰভু কাস্থসকলে সকলে বাধা অতিক্ৰম কৰিও নিজৰ কৌশিক প্ৰথা ৰক্ষা কৰি চলিবলৈ সমৰ্থ হৈছিল। বঙ্গদেশৰ কাষস্থসকলে কিন্তু বিশেষকৈ মুছলমানৰ আগমনৰ ফলত হোৱা নানা ৰাজনৈতিক গোলমালত কৌলিক সংস্কাৰ ত্যাগ কৰ।” বঙ্গদেশৰ কাষস্থসকলৰ গাত গৰি ৰাহ্মণৰ ঘোষ, মিত্ৰ, দত্ত, দেৱ, নাগ আদি উপাধি বৰ্তমান সমষলৈকে চলি থাকা দেখা যায়। ওপৰত উল্লেখ কৰা ডাক্তাৰ ভাণ্ডাৰকাৰৰ উক্তিৰপৰা ভাৰতৰ কাষস্থ দুই শ্ৰেণীৰ বুলিব পাৰি- এক শ্ৰেণী কাষস্থ ব্ৰাহ্মণৰপৰা হোৱা আৰু আন শ্ৰেণী ক্ষত্ৰি। ১ম অধ্যাযত জাতিৰ কথা কওঁতে ব'হ্মণ-ক্ষত্ৰিয় আদিতে যে এক আছিল তাক দেখুৱাই আহা হৈছে। ডাঃ ভাণ্ডাৰকাৰৰ উক্তিত তাকেই প্ৰমাণ কৰিছে। কিন্তু ভাৰতৰ সৰহ ভাগ কযই বৰ্তমানে নিজক ক্ষত্ৰিয বুলি পৰিচয় দিবলৈ ভাল পায। ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম অঞ্চলত প্ৰধানকৈ দশ শ্ৰেণাৰ বাষস্থ দেখিবলৈ পোৱা যায়; যেনে— ম বুৰ, নাগৰ, সকসেনা, শ্ৰীবাস্তব, অথষ্ঠ, সূৰ্য্যধ্বজ, বাল্মকি, অহিষ্ঠান, নিগম আৰু গৌড। মাধুৰ-মথুৰাত বাস কৰাৰপৰা মাথৰ হৈছে। এওঁলোকে অন্যান্য শ্ৰেণীৰ কাষস্থৰ লগত বৈবাহিক সম্বন্ধ ববে; অন্য শ্ৰেণীৰ কাষসকলে নিজ শ্ৰেণীৰ বাহিৰে আন কাষৰ লগ • কন্য, আদান প্ৰদান কৰে। ভটনাগৰ—এই শ্ৰেণীৰ বায জাফৰনগৰত বেচিকৈ দেখিবলৈ পোৱা যায়, অন্য ঠাইত কম। সকসেন-কনৌজৰ জাদৰ মৃত্যুৰ পাচত সমৰসিংহৰ তলত এতাবা জিলাত এওঁলোক বাস কৰিছিল। বতমানেও ৰক্ত প্ৰদেশৰ এয়াবা ভিলা বেচিকৈ দেখিবলৈ পোৱা যায়। এওঁলোকৰ বংশধৰসকল সমৰসিংহৰ দিনৰপৰা ইংৰাজৰ দিনলৈ কানুনগোহ পদ পুৰুষানুক্ৰমে ভোগ কৰিছিল। (Hume's Memorandum on the custes Etawa P87) (বিশ্বকোষোধ ৩) শ্ৰীবাস্তব-শ্ৰীনগৰৰপৰা পোনতে অযযাধ্যালৈ আহিছিল; বৰ্তমানে কাশী, এলাহাবাদ, মিৰ্জাপুৰ, গোৰহ্মপুৰ আদি ১াই ত দেখিবলৈ পোৱা যায়। বাল্মী-আদি বাসস্থান গুৰট; বৰ্তমানে বেহাৰতে আছে। অষষ্ঠ-পশ্চিমাঞ্চলে নানা ঠাইত দেখিবলৈ পোৱা যায়। অম্বষ্ট দেশৰপৰা আহাৰ কাৰণে অম্বষ্ঠ নাম হোৱা বুলি কষ। এওঁলোকৰ আচাৰ-ব্যৱহাৰ বাৰ্গৰ দৰে; কিছুমানে চিকিৎসা ব্যৱসাষ কৰে কিন্তু কিছুমানে তাক ঘি। কৰে। সূৰ্যজ—দিঃীত এই শ্ৰেণীৰ কায়স্থ অধিক। এওঁলোকৰ আচাৰ-ব্যৱহাৰ ব্ৰাহ্মণৰ দৰে; এওঁলোকে নিজক ব্ৰাহ্মণ বুলি পৰিচয় দিযে। (fastpics-Sherring's tribes and castes Vol. 1. P. 310) অহিষ্ঠান বা অহিঠালা—আদি বাসস্থান জৌনপুৰত; বৰ্তমানে বেহাৰত আছে। গৌড়গৌড় দেশৰপৰা গৈ দিল্লীত বাস কৰিছিল বুলি এক শ্ৰেণীৰ কাষস্থক গৌড়কায়স্থ বলে; পণ্ডিত-ধৰমেশ চন্দ্ৰ দেৱ শৰ্মা চক্ৰৱৰ্তী কালিমাদ ৰচিত “ৰাজাৰ জাতি” ২৪৫ পৃষ্ঠা। . 10