পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ ইতিবৃত।

১৬ (২) দেউৰা বুজৰ বৰুৱা-এওঁ চন্দ্ৰকান্ত সিংহৰ দিনত বৰুৱা হৈছিল। মানৰ আক্ৰমণত বাধা দিবলৈ দেউৰা বৰুৱা আৰু মহেন্দ্ৰ চৌধাৰীয়ে দুই হাজাৰ পাইক লৈ গুৱাহাটীলৈ গৈছিল কিন্তু ৰজা ভটীয়াই যোৱাত তেওঁলোকো ৰজাৰ লগতে যায় আৰু হাদিৰ চকিত মানৰ লগতে ৰণ কৰি দুয়ো মৰা পৰে। মানে দেউৰাজ বৰুৱাৰ সমস্ত সম্পত্তি লুট কৰে আৰু ঘৰ দুবাৰ পুৰি ছাই কৰে। এই দেউল বৰুৱাৰ আদেশত হৰিদেৱৰ বংশধৰৰ ৰঘুপতিয়ে গোমঠা বংশাৱলী সংকলন কৰে। বৰফুকনৰ দোপদৰত থাকি এই ঠানিৰ বংশধৰসকলে তামৰ ফলি আৰু পেৰাকাকত আদি তৈয়াৰ কৰিছিল বুলি শ্ৰীযুত ৰণীধৰ চৌধাৰী মহাশয়ে টোকাত লিখিছে। ১৭৷ গজেন্দ্ৰ—ইংৰাজৰ ১ম আমোলত দক্ষিণ বৰক্ষেত্ৰৰ চৌধাৰী আৰু ৩২ চমুৱাৰ মালিক হয়। ১৮৷ ৰাজেন্দ্ৰ বৰুৱা-মাটিৰ খাজনা বিঘাত | অনাৰ পৰা॥ অনালৈ বৃদ্ধি কৰা বাবে ১৮৯৪ চনৰ খাজানা বন্ধ কৰা আন্দোলনৰ দলপতি আছিল; লচিমাবডীত তেওঁ ধৰা পৰে কি কৌশল মে তেওঁ পলাই নিৰুদ্দেশ হয়। ১৭। (৫) কীৰ্তিচন্দ্ৰ বৰুৱা-পোনতে লুকীৰ চৰবৰাহকাৰ হয়; পাচত কছাৰী মহলৰ মৌজাদাৰ হয়। চামতাৰ খাত এওঁৰ দিনত নিলাম হয়। ১৮৷ শ্ৰীযুত গগনচন্দ্ৰ বৰুৱা-১৮৯৭ চনৰ ভূমিকম্পৰ সময়ত কালদি জলাতন হয়। পাচত ১৯০১ চনৰ বৰ বানপানীত শ্ৰীযুত কৰুণাকান্ত বৰুৱাৰ সৈতে কামৰূপৰ চেঙ নামৰ গাৱলৈ উঠি যায়। ৬ ৰ পাচত গৌৰীপুৰৰ ৰাজা বাহাদুৰৰ যত্ন লিখা-পঢ়া শিক্ষা কৰি বি, এ, লৈকে পঢ়ে। এ কিছুদিন শিৱসাগৰ হাই স্কুল শিক্ষকতা কৰিছিল। বৰ্তমানে ডিপুটা ইনিস্পেক্টৰৰ কাম কৰে। এওঁ ৰো ভাষা শিক্ষা কৰি গৱৰ্ণমেণ্টৰ পুৰস্কাৰ লাভ কৰে। ৭। উদয়চন্দ্ৰ বৰুৱা—ভূমিকম্পত কালদি জলাতন হোৱাত কামৰূপৰ চেঙা গাৱলৈ উঠি যায়। তে• ৰপৰা কালদিত কালদীয়া বৰুৱাৰ কোনো নথকা হয়। ১৮। শ্ৰযুত কৰুণাকান্ত বৰুৱ—এওঁ গৌৰীপুৰৰ ৰাজা বাহাদুৰৰ স্কুলত পাচ কৰে; পাচত কোচ- বিহ'ৰত বি, এ, পাচ কৰি পোনতে স্কুল চাব ইনিস্পেক্টৰ হয়। পাচত বি, টি, পাচ কৰে; বৰ্তমানে এখেতে স্কুলৰ ডিপটী ইনিস্পেক্টৰৰ কাম কৰে। ১। (ক) ৰায় বুজৰ বৰুৱা-এওঁৰ নাম কি আছিল জানা যায়। কিন্তু পুৰুষীনামাত “ৰায়” দেই যায়; মানুহে হেনো “য় বৰুৱা, বুলিছিল। এওঁক আহোম ৰাজে “বুজৰ বৰুৱা” উপাধি আৰু বিষ দিছিল; এওঁ তাপাত বাস কৰিছিল। ১২। (খ) হৰগৌৰী চৌধাৰী—“ৰায় হৈছে বুজৰ বৰুৱা হৰগৌৰী চৌধাৰী। ইসবৰ বংশধৰ কাক কৰে ডৰি। তিনি শত ভকত দিছে অহমৰ ৰজা। অষ্টাদশ চৌধাৰীক কৰি দিছে প্ৰজা।” কবিভুষণৰ পুত্ৰ কৃষ্ণৰায় পাটোৱাৰী-এওঁ পাটোৱাৰী কাম কৰিছিল আৰু শিবসিংহ জদ নিৰ ভূমি আপিল কৰি বহাল ৰাখিছিল।

১৪।