পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় গ ইতি। কাম কৰায়। প্ৰকাশ থাকে যে আসামৰি কমিচনাৰ চাহাৰ কাহাদুৰে এনেবিলাক ৰাস্তাৰ খৰচ ২০০৭ পচিশ হাজাৰ মান টকা লাগিল হৈ বুলি প্ৰকাশ কৰিছিল। ১৯১৩ চনৰ পৰা স্বৰ্গীয় মাণিক বৰুৱা আদিৰ লগতে আসামৰ (কামৰূপৰ উত্তৰ পাৰৰপা দৰৰ মেজৰ হয়) আৰু কেবাৰে আসাম গবৰ্ণমেণ্টৰ দ্বাৰা চিলং গৰৰ্ণমেন্ট হাউচলৈ নিহিত হৈ সেই দৰবাৰ বিলাকত যযাগদান কৰে। প্ৰকাশ থাকে যে সেইবিলাক দৰবাৰত কাউফিলৰ নিচিনাকৈ ৰা, পানী, স্বাস্থ্য ৰক্ষা, সমবায়, কৃষি আদি বিষয় লৈ আলোচনা হৈছিল। গুৱাহাটীত হোৱা আসাম এচেচিয়েচন, কামৰূপ অনুসন্ধান সমিতি, কামৰূপ ভাণ্ডাৰ আদিৰ এখেতে এজন সংস্থাপক মেথৰ হৈ এতিয়ালৈ আহে। অ + আসামত সাহিত্য সভা গঠন হোৱাৰ দিনৰেপৰা এখেতে সেই সভাৰ মেম্বৰ হৈ আছে। ওপৰত লিখামতে নলবাৰী মাইনৰ স্কুলটি হাইস্কুলত পৰিণত কৰিবলৈ নলবাৰীৰ কেইজনমান মাহে গত ১৯০২ চনৰপৰা চেষ্টা কৰি থাকিলেও সেই স্কুলৰ কৰি বিষয়ে ১৬০০০ হাজাৰ টকাৰ দাৰ হোৱাত সেই টকাৰ বিষয়ে লাগিকৈ এখেতেই ১৯১৬ চনত এই বাবদে এখন “এগ্ৰিমেন্ট” লিখি দি গাত লোৱাত গবৰ্ণমেন্টে হাইস্কুল মধুৰ কৰিবলৈ স্বীকাৰ কৰে। আৰু সেইমতে এখেতৰ চেষ্টাত বেছিভাগ চা আদায় হয়। ৰাইজে এখেতকেই এই স্কুলৰ চেক্ৰেটাৰী কৰাত খেতে ১৯২০ চনলৈ চেক্ৰেটাৰী থাকি সম্পূৰ্ণ হাইস্কুল কৰি দি অবসৰ লয়। প্ৰকাশ থাকে যে শিল্প সম্বন্ধে “কাৰ্পেন্টাৰী” আৰু “হোচিয়াৰী” আদি কিছুমান টেকনিকেল বিষয় শিক্ষা দিবৰ মনস্থ কৰি চেষ্টাত আছিল। এখেতৰ যত্নতে কামৰূপত হোৱা অৰ্য্য কায়স্থ সভা টনক য়াল হয় আৰু সমাজে বহুদিন থেকেই এই সভাৰ সভাপতি কৰি ৰখাত বহুত দুখীয়া কায়স্থ লৰাই উচ্চ শিক্ষা পাবৰ সুবিধা পায়। বতমান যি প্ৰাদেশিক প্ৰাচীন কামৰূপ কায়স্থ সভা আছে, গত ১৯২৮ চনত উক্ত সভা স্থাপন কৰা বিসযে উক্ত সমাজৰ কায়স্থ সকলৰ গৌৰীপুৰ ৰাজবাৰীত যি সাধাৰণ সভা হৈছিল সেই সভাত এখেতকেই সভাপতিৰূপে বৰণ কৰিছিল। আৰু এই সভাই এখন কমিটি গঠন কৰি দিযাত তাত শ্ৰীল শ্ৰীযুক্ত ৰা বাহাদুৰ সভাপতি আৰু এখেতেই সহকাৰী সভাপতি হৈছিল। এই সমাজেই উক্ত প্ৰাচীন কামৰূপ কায়স্থ সভাখন ভাৰতীয় কায়স্থ সাৰ অন্তৰ্ভুক্ত হবলৈ বহুদিন পৰা মনস্থ কৰা হৈছিল। এখেতেহে গত ১৯৩৮ চনত কলিকাতা শোভাবাজাৰ ৰাজ ভবত বহা নিখিল ভাৰতীয সভালৈ নিজে সমস্ত খৰচ বহন কৰি তালৈ যাই এই প্ৰাচীন কামৰূপ কায়স্থ সভাখন নিখিল অন্তৰ্ভুক্ত কৰে; আৰু ভাৰতীয় সভাত এখেতেই আসামৰপৰা সেই সভাৰ সহকাৰী সভাপতিৰূপে মনোনীত হয়। তেতিয়াৰপৰা এতিয়ালৈ সেই কামতে আছ। এখেতে ১৯১৩ চনত কাৰূপত এখন মৌজাদাৰী সভা গঠন কৰে। আৰু ১৯২১ চনত গুৱাহাটীত বই সমূহ আসামৰ মৌজাদাৰী সভাৰ অধিবেশন পাতে। এখেত সেই সভাৰ যুটীয়া চেক্ৰেটাৰী হয়। এখেতে বৰ্তমানলৈও কামৰুপ মৌজাদাৰ সভাৰ সভাপতি আৰু আসাম মৌজাদাৰ সভাৰ কাৰ্যকৰী সভাৰ ততায কায়স্থ সভাৰ মেম্বৰ হৈ আছে। গত ১৯১৩ চনৰপৰ গবৰ্ণমেন্টে গাওঁবিলাকত ভিলেজ অথৰিটি স্থাপন কৰিবলৈ প্ৰভাৰ কৰি গুৱাহাটী আৰু চিলং আদিত বিবোৰ অধিবেশন বহিছিল প্ৰত্যেক অধিবেশনতেই এখেতে নিমন্ত্ৰিত হৈ তাত বহুত নিজৰ মতামত দিছিল। প্ৰকাশ থাকে যে তেখেতৰ দিয়া বহুত বিলাক কথা সেই সুগন্ধীয় আইনভুক্ত