পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ তিব। (আপীলান্ট সাধিনাৰায়ণ চৌধুৰীৰ আপীল অনুসাৰে খাবাৰী সত্ৰৰ বহলি মাটিৰ নিম্পতি হতু ৰোবকাৰী কাছাৰী কমিচনাৰী এজলাষ শ্ৰীযুত মেজৰ ফ্ৰানশীষ জিঙ্কি সাহাব স্পেসিওন কমিচনায় এলাকে মলুক আসাম ও গয়ৰহ সন ১৮৪৭ ইংৰেজি তাৰিখ ২৭ নবেম্বৰ মোতাবেক সন ১২৫০ বালা তাৰিখ ১২ অগ্ৰহায়ণ মোকাম গৌহাটী মোতানকে জেলা কামৰূপ। নং ৬৭৩ সাধিনাৰায়ণ ডেকা মেধি গ—আপিন্ট চৰকাৰ বাহাদুৰ ৰেস্পটে মোকৰ্দমা দাবী পৰগণা মজকুৰেৰ গোবিন্দপুৰ মৌজাৰ মোতাবেক চৌহদি ১১৫ পুৰা মাটি ও জাপাৰ কুছি বিল ১৮০ পোও ভকত ধৰ্ম্মত্তৰ মধ্যে ২০ পুব। মাটী ও ভকত বহাল থাকিয়া বাকী বাজেয়াপ্ত হোৱা বাবদ হুকুম হইল যে- আপীলান্টি আনেৰ আপিল এহি প্ৰকাৰ ডিক্ৰি হই যে খাবাড়ী গোবিন্দপুৰ মৌজাৰ নোয়ানীৰ দক্ষিণ তৰফেৰ সোওাই নদী উক্ত কমপাচ নক্‌চাই লিখা চৌহদ্দি মোতাবেক বিল গয়ৰহ দোেবক ১৬১ পুবা মাটী ও দখলি ভকত অন্য অন্য ধৰ্মত্তৰেৰ ন্যায় আপিলান্টি আনেৰ জিআই ৰাখিয়া বাকী ঐ নদীৰ উত্তৰংসেৰ ও মালিকুছি মৌজাৰ মাটী বাড়ে অপ্ত কৰা যায় ও আপিলান্টি আনেৰ উকিলেএ নলকণ্ঠ চক্ৰবৰ্তি ওকালতি নামাৰ স্বৰ্ত্ত মত ৫ টাকা ও মোক্তাৰ দত্ত নাৰায়ণ আচল দাবীৰ পৰিমাণে ২১ অনা সাধনাৰায়ণ অপিলান্টেৰ পাশ পাইবেক ইতি- বতাৰিখ ২৯ চেপ্তেম্বৰ সন ১৮৪৮ ইংৰেজি মোতাবেক ১৫ অশ্বীন সন ১২৫৫ বাঙ্গালা প্ৰস্তুত হৈয়া হুজুৰেৰ দস্তখত হইল। মোকাবিলা শ্ৰীজজ্ঞদত্ত শৰ্ম্মা সহৰেৰ Sd/-Major F. Jankins Special Commissioner ১৫৷ পুষ্পনাৰায়ণ চৌধাৰী-পুৰ্ব কথিত মতে পিতৃ বিয়োগৰ সময়ত অতি নাবালক আছিল সেই সময়ত এই গাওঁত এখন সংস্কৃত টোল থকাত সেই টোলত তেওঁ সংস্কৃত চৰ্চা কৰি টোলৰ ১ম বা ওজছাত্ৰ ৰূপে পৰিগণিত হৈছিল গতিকে এওঁ সংস্কৃত ভাষা ভালদৰে জানিছিল। তাৰ পিছত তেওঁ নলবাৰীত সেই সময়ত থকা মুনসেফি আদালতত কেৰাণী নিযুক্ত হৈ তাৰ পিছত এই অফিচ ৰঙিয়া লৈ উঠাই নিয়াত তাত যাই এই আদালতৰ চিৰস্তাদাৰ নিযুক্ত হয়। তাৰ পাছত এই আদালত গুৱাহাটীলৈ উঠাই নিয়া তাতে তেওঁ কিছুদিন চিৰস্তাদাৰ থাকি গত ১৮৬৫ চনে খাতা পৰগণাৰ চৌধাৰী পদ খালি হৈাৱাত গবৰ্ণমেণ্টক পূৰ্বপুৰুষৰ পাওয়া দাবী থকা সেই পৰগণাৰ কাগজবোৰ দেখাই, গবৰ্ণমেন্ট চাকৰি এৰিও পূৰ্ব পুৰুষৰ সন্মান ৰক্ষাৰ্থে সেই চনতে এওঁ খাতা পৰগণাত চৌধাৰী নিযুক্ত হয়। লোকেলবোৰ্ড স্থাপিত হোৱাত এৱেই ৰাইজৰ দ্বাৰাই নলবাৰী এলাকাত ১৮৮২ চনত ১ম লোকেলবোৰ্ড মোৰ নিযুক্ত