পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পায় সমাজ ইতিবৃত্ত। তামৰ ফলি বৃত্তি নিতি বিদ্যা বিচাৰা সাৰজিত হৰিহৰ পদ পৰাষণ পুন্দৰ সম শিৱসিংহতন্মন্ত্ৰি প্ৰধান নামাগুণসাৰ শান্তিৰ্মদান শ্ৰীযুক্ত কন দুৱৰা বৃহৎ ফুকনেন দত্ত ধৰ্মোত্তৰ প্ৰমাণ পত্ৰিকেয়ং কামৰূপ দেশ বড়ুৱা কায়স্থ ও চৌধাৰী ও পাতোৱাৰী ও টালুকদাৰ ঠাকুৰীয়া আনা সকলে সহিতে জানিব খাটা পৰণাৰ খাতাড়ি গবিন্দপুৰ গ্ৰামে নদিৰ দক্ষিণ পুবে হাশিলা জংলা জমি বড়ি বাড়ি দৰোবস্ত পিয়ল কাকটত বাৰ পুৰা মালিকুচিৰ সৎসঙ্গী সত্ৰৰ ভকট তিনি ঘৰ বাডি ভিঠি সমেত উবাৰ ৰামজিউ ফকিৰ এক ঘৰ এহি মাটি মানুহ ৰ পূণ্যেদ্ধজ নাৰণক ধৰ্মোত্তৰ পত্ৰ কৰি দিয়া গল। vৰ কুশল চিন্তি পৰম সুখে ভোগ্য কৰহ ভাই ভাগি ভাগ লব নাশই ইহাৰ ভকটৰ পদ পঞ্চতক বেথ বেগাম চোৰ চিনালা ধুমুসি মাসে জলকৰ জবেষৰ দত্ত বন্ধ দান ফুট চকিহাট ঘাট সৰ্ববাব পৰিত্যাগ হইল ইতি- শক ১৬৬৪ তাং ১১ আযোন। ভকটৰ চহী- গিৰি- শিব আটৈ অভয় কলিতা চৈতানা কৈবৰ্ত্ত ১ ১ HO ১ ১৭ Certified to be true copy sa/ Manomohan Ghosh 12/3/31 H.G. Superintendent. Office of the Commissioner Assam valley Districts DIN. Authorized under sec, 76 Act 1 of 1872. Compared by Sd/ Tafibuddin Ahmed. Peskar, Commissioner, A. V DIN. ১। বলিনাৰায়ণ—পিতৃ বিয়োেগৰ পিছত এওঁ খাতা পৰগণাৰ চৌধাৰী আছিল। ১১। ধীৰনাৰায়ণ—পিতৃ বিয়োগৰ পিচত এওঁ আহোম ৰজাৰ দিনত খাত গণাৰ চৌধাৰী আছিল। কথিত আছে যে এওঁ ৰাজঘৰীয়া কাম কৰিবলৈ কিছুদিন পাণ্ডুত আছিল। সেই সমষ উজনী আসৰ ফালে মানৰ অত্যাচাৰ হোৱাত হুগলী সেন কাকতী নামক এজন লোক সেই মান-ভাঙনিৰ পৰা পাত আহি উক্ত চৌধাৰীক আশ্ৰয় খোজাত তেওঁ উক্ত কাকতিক নিজ গাৱলৈ লৈ আহি নিজ হাউলিতে ঠাই দিছিল। তাৰ অলপ পিছতে আসামত বৃটিচ অহাৰ অলপ পূৰ্বে ধীৰনাৰায়ণ নিঃসন্তান হৈ মৃত্যু হয়।