পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৮ কায়স্থ সমাজৰ ইতিবৃত। ভাতৃ যে কনিষ্ঠ ৪| চি- হাখিয়। দলৈ খ্যাত। নামে ৰতিকাৰ পৰম মহ মহন্তৰ সমস্যাত॥ তাহান তনয় আতি শুভনয় ৰামচন্দ্ৰ নাম তৈলা। জীউখানি মাত্ৰ জন্মিল তাহাৰ এতেকে বৈকুণ্ঠে গৈলা॥ নাতিনী খানিক ৰতিকাৰ দেৱে তুলিলন্ত স্নেহ কৰি। শুকাইৰ পুত্ৰক যদুক আনিয়া নন্দ কনিষ্ঠ বিহাইল যত্ন কৰি। ৫। অনন্ত ঠাকুৰ বা দয়ানন্দ- তান গৰ্ভে জাত তিনি পুত্ৰ খ্যাত বিষ্ণুৰ সেৱক ভৈলা। চিদানন্দ নিত্যা হৃদয়ানন্দ নাম ভৈলা॥ হৃদয়ানন্দক অনও বোলয় সৰ্বগুণে অনুপাম। বাদি হস্তে উজানে আসিয়া কৈলা আৰু নানা কাম। তেহে যে আসিয়া মায়া ত্যত কালশিলা গ্ৰামে ৰৈলা। অতি ভয়ানক বিলখান তাত সেহি নামে গ্ৰাম ভৈলা। X X X প্ৰেমলতা আৰু ৰাম যে কীৰ্তন দুই শাস্ত্ৰ কৰিলন্ত। কালশিলা গোসাই চৰিত্ৰ। বুঢ়াখা ভূঞাৰ তৃতীয় পুত্ৰ সুকবি বা শুকাইগিৰী। সুকবিগিৰীৰ পুত্ৰ যদুদেৰ। নাতি মাধবী দলৈৰ পুত্ৰ ৰতিকান্ত ব্য হাখিয়াদলৈ তেওঁৰ নাতিনী বিষ্ণুপ্ৰিয়ালৈ যদুদেৱ পৌষ পুত্ৰ ৰূপে গ্ৰহণ কৰে। কালশিলা গোৰ্সাইৰ বংশধৰসকল যদুদেৱ-বিষ্ণুপ্ৰিয়াৰ বংশধৰ। কালশিলা চৰিত্ৰৰ পৰা জনা যায় কুজী-ডেউ বিলৰ মাজৰ বৰিত বুঢ়াখাৰ দোপদৰ আহিল। এই দোপদৰত প্ৰভু শ্ৰীম শঙ্কৰে ধৰ্ম সম্বন্ধে ব্ৰাহ্মণৰ লগত ৰা হৈছিল; সেই বাদত প্ৰভু জয়ী হোৱাৰ পাচত যদুদেৱে তাতে