পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ ইতিবৃত্ত। বিষ্ণুদেৱৰ ২য় পুত্ৰ মাধৱ চৰণ বিলাঝাৰিত ৰা ঘৰসিয়াত স্থায়ী ভাৱে বসতি কৰি ধৰ্ম প্ৰচাৰ কৰে। ঘিলাঝাৰি সত্ৰ সম্বন্ধে পোৱা যায়— এসময়ত মহাৰাজ নৰনাৰায়ণ আহি বৰনগৰত কিছু দিন আছিল। এই সময়ত প্ৰভু শ্ৰীমন্ত শঙ্কৰ ৰজাৰ লগত দেখা কৰিব আহত এই ঠাইতে বাহৰ কৰি আছিল হেনে। চতুভুজ 'কুৰে সেই অঞ্চলত ধৰ্ম প্ৰচাৰ কৰোতে এই ঠাইতে সত্ৰ পাতি কিছুদি বাস কৰিছিল। ঘিলাৰ ২ ৰণিৰ ওচৰতে সত্ৰ হোৱা বাবে ইয়াৰ নাম ঘিলাঝাৰি ত্ৰ হল বুলি বহু কয়। চতুৰ্ভুজ ঠাকুৰৰ সময়ত এই সত্ৰৰ প্ৰভাৱ বৰ বেচি হৈ উঠিছিল , আৰু ৰজা পৰীক্ষিত নাৰা নিৰ মাটি দান কৰিছিল। ঘিলকৰি বেকী নদীৰ পূব পাৰে। মাধৱচৰণ দেৱৰ বংশধৰ সকলে পাছৰ দুই পুৰুষ শান্তিত থাকি ঘিলাঝাৰিত পৰ্ম চৰ্চা কৰি আছিল। গোবিন্দ আৰু ধৰ্মনাৰায়ণ দেৱৰ দিনত মানৰ উপদ্ৰৱ হয। মা প্ৰতাপী বৰনগৰীৰ। বৰুৱ। চণ্ডীবকে। ধৰি নি কাটে। এই ঘটনাৰ পাচত সেই অঞ্চলৰ প্ৰজা ঘৰ-দুৱ'ৰ এৰি পলায ফুৰে। ঘিলাৱাৰি সত্ৰও সেই সমযত ভাঙে। মানৰ উপদ্ৰৱ গুচাত বিলাঝাৰৰ অকাৰ আৰু ভক্তসকল প্ৰাচীন ঘিলা ঝাৰিক নাই ৰূপী মৌজাৰ ঘিলাকৰি গাৱত সত্ৰ পাতি থাকে। আগৰ ঘিলাবাৰি বৰণি ৩ পৰিণত হয়। মান ভণত ফলি-কাকত নষ্ট হোৱাত ইংৰাজ আমোলত এই সত্ৰই পূৰ নিৰ ভূমি নাপালে। গোবিন্দ নাৰায়ণ দেৱৰ নাতি হংসনাৰায়ণ দেৱ অক অৱস্থাত স্বৰ্গ হোৱাত তেৰা'ৰ পত্নী ৰুক্মিণী r‘য়ে নগাৱৰ শলগুৰি ফৈদৰ ৰত্ননাৰায়ণ দেৱক সৰতে আ• পেণ্য পুত্ৰ গ্ৰহণ কৰে। চনৰ প্ৰবল ভূমিকম্পত ৰূপ সিৰ ঘিলাঝাৰি সত্ৰ জল'তন হোৱাত (যাৱা ১৯১০ চনত ৰুপসী মৌজাৰ ৰহ। গাৱলৈ বৰ্তমান অধিকাৰে সত্ৰ তুলি আনে। ইয়াৰ নামো প্ৰাচীন ঘিলাৱাৰিকে ৰাখিছে। ১৮৯৭ কালশিলা গোসাই বংশ। ১। যশচন্দ্ৰ খা— যশচক্ৰ খা ভূঞ। আছল?খ্যা ৩ বৰ সদ য ধৰ্ম যাৰ চিত্ত॥ .০১৫ শ্ৰীৰাম কা- অনন্ত চৰিত। ২। শুকাই বা সুকবিগিৰী- যশচন্দ্ৰ গ। যে আছিল ভূ। স গুণে অপম। তাহান কন; যাৰ শুকাইগিৰী ন ম। কালশিলা চৰিত। ৩ যদুদেৱ- এওঁক ৰতিকান্ত ওৰফে হাখিষা দলৈ এ নাতিনী বিষ্ণুপ্ৰিৰলৈ পোষ্য পুত্ৰ গ্ৰহণ কৰে :- তাহান তন যদু সুধা গুণৰ নাহিকে অস্ত। প্ৰভাগৱত টীকাযে সহিতে কণ্ঠত সদা বসন্ত।