পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 কাষস্থ সমাজৰ ইতিবৃত্ত। এইদৰে আৰ্যসকলৰ আদি অৱস্থাত আজি কালিৰ দৰে জাতি বিভাগ নাছিল— গু-কৰ্ম লৈহে জাতি হৈছিল; আৰু দ্বিজসকলৰ ভিতৰত বৈবাহিক সম্বন্ধও ঘটিছিল। গুণ আৰু স্বভাৱ লৈ ক্ষত্ৰিয়-বৈশ্য আদিৰপৰা ব্ৰহ্মৰ্ষিৰ আবিৰ্ভাব হৈছিল আৰু সেইসকলৰ কিছুমান গোত্ৰঋষিৰ প্ৰবৰ ৰূপে গণ্য হৈছিল। জোবীৰ্যৰ সংবোগৰপৰা বৰ্ণাশ্ৰমৰ ব্যবস্থা স্বীকাৰ কৰা নিৰ্ভুল নহয়; কিয়নো কোনো দ্বিজে নিজ জাতি ত্যাগ কৰি খৃষ্টান বা মুছলমান ধৰ্ম গ্ৰহণ কৰিলে তেওঁ নিজে দ্বিজ বুলি প্ৰকাশ নকৰে, সমাজেও গ্ৰহণ নকৰে। গুণ আৰু স্বভাৱ অনুসাৰে বৰ্ণ ব্যৱস্থাৰ সৃষ্টি হৈছিল; নহলে ছান্দোগ্য উপনিষদৰ জাবাল ঋষি অজ্ঞাত কুলশীল হৈ, বিশ্বামিত্ৰ ক্ষত্ৰিয হৈ, মা ও ঋষি চাণ্ডাল কুলত জন্ম গ্ৰহণ কৰি ব্ৰাহ্মণ হব নোবাৰিলেহেতেন। বৰ্তমানেও বিদ্য। আৰু উত্তম স্বভাৱৰা। ব্ৰাহ্মণেতৰ জাতিৰ লোক যে ব্ৰাহ্মণ নহব তাক কব নোৱাৰি; গুণ আৰু বিদ্যাৰ পূজা স্বাভাবিক। ইয়াৰ উপৰি বৰ্তমানে আমি ইউৰোপীয আদশত চলিব ধৰিছে। ইউৰোপীয় সমাজত সাধাৰণ ৩: কৰ্মত জাতিভেদ; হিন্দ সমাজভূক্ত যদিও সম্প্ৰতি বংশগত জাতিভেদ চলিছে, তথাপি প্ৰায়বিলাক শিক্ষিতলোক কৰ্মগত জাতিভেদৰহে পক্ষপাতী , গতিকে “কক্ৰিয়। বিশেনো চাৰ্বণম” যে এদিন প্ৰতিষ্ঠিত নহব তাক কব নোৱাৰি। ২য় অধ্যায়। নিক্ষেত্ৰিয় বাদৰ মূল। পুৰাণবোৰ যিবোৰ পুৰাবৃন্ত আছে তাৰ বেচি ভাগেই মন্ত্ৰ ব্ৰাহ্মণৰপৰা লোৰ। কিছুমান উপাখ্যান মহাভাৰত, বোদ্ধজাতক আৰু জৈন শাস্ত্ৰৰপৰাও লৈছিল। মম্ব বহ্মণ ৫২৩৯-১২ শ্লোকত ক্ৰিমিনাঙ্গ অৰ্জন, স্থপতি, মাতৃ, পাতৃ, ভগ্নী আৰু পৰিয়ালৰ আন বিলাক জমদগ্নিদ্বা। মল। পৰিছিল বুলি বৰ্ণনা কৰিছে; আৰু ৫/২৮৫-৯ শ্লোকত অৰ্জনৰ নিমিতে জমদগ্নিৰ তিনি প্ৰকাৰ আবিভাবৰ উলেখ আছে। মহাত্মা যা চাৰ্য্যে জমদগ্নি শব্দৰ অৰ্থ “জমদঃ প্ৰজমিয়য়ো বা প্ৰজ্বলিতাগ্নয়োবেতি" কৰিছে। ইয়াৰ দ্বাৰা বুজা যায় ৰাৰৰ জবানল জলি উঠি অৰ্জন নামৰ ক্ৰিমি সপৰিবাৰে ধ্বংস কৰিছিল। এই ক্ৰিমি মানুহৰ জীবন তিনি প্ৰকাৰে সাত বাৰ জন্মে আৰু জগ্নিত বিনাশ হয়। পুৰাণ পচয়িতাসকলৰ এয়ে ভিত্তি; ইয়াকে লৈযেই তেওঁলোকে পৰশুৰামৰদ্বাৰা একৈ বাৰ পৃথিবী নিঃক্ষত্ৰিয় কৰা উপাখ্যান ৰচনা কৰিছে। ওপৰৰ ব্যাখ্যাটো অথৰ্ব বেদন শৌনক শাখাৰ মন্ত্ৰ ব্ৰাহ্মণত আচাৰ্য্য উপবৰ্ষৰ টীকাত আছে বুলি পণ্ডিত উপেন্দ্ৰ চন্দ্ৰ শাস্ত্ৰী মহাশয়ে কায়স্থ তত্ব দাবিতিত উল্লেখ কৰিছে। গতিকে ই কল্পিত ব্যাখ্যা নহয়। পৃথিবী কোনো কালে নিঃক্ষত্ৰিয় হব। নাই, তাৰ প্ৰমা। তলত কেইটামান দিয়া হল :- (১) শ্ৰীৰাম চলে হৰধ ভঙ্গ কৰি সী এক আনোতে পৰশুৰামৰ লগত ৰামচন্দ্ৰৰ যুদ্ধ হয়; এই যুদ্ধত ক্ষত্ৰিয়ৰ হাতত তেওঁ কেনে ভাবে পৰান্ত হয় যায়। পাঠক মাত্ৰে জানে।