কাযস্থ সমাজৰ ইতিবৃত্ত। (২) ভীষ্মৰ লগত পৰশুৰামৰ যুদ্ধৰ ফলাফলে সকলোৱে জানে। এই সময়ত ভীষ্মই কৈছিল— যচাপি কথ্যসে ৰাম বহু পৰিবৎসৰে। নিজ ক্ষত্ৰিয়া লোকে ময়ৈকেনেতি তচ্ছণ॥ ন তদা জাতবান্ ভীষ্মঃ ক্ষত্ৰিযে৷ বাপি মদ্বিধ। পশ্চাজ্জাতানি তেজাংসি তৃণে জলিং ত্বয়া। ১০ মহ' ভাণ : ৫|১৭১ অৰ্থাৎ হে ৰাম, তুমি যে কৈছা যোব। বছৰ কেইব' শ ক্ষত্ৰিয় নাশ কৰিছ, তাক কেবে নাজানে আৰু মই এক শুনাও নাই; যদি তুমি ক্ষত্ৰিয় নাশ কৰিছা, সেই সময়ত ভীষ্ম বা মোৰ পৰে ক্ষত্ৰিয় জন্ম। নাছিল, এই জ পাচত জন্মিছে আৰু তোমাৰ দৰে তৃণেৰে সি অলি উঠিব। প্ৰশুৰাম আৰু ভীষ্মৰ ভিতৰত ২২ দিন যুদ্ধ হয়। শেষত পৰশুৰামৰ পিতৃস্থানীয় আত্মীয়সকলে কয় :- হে পৰশুৰাম, তুমি পুনঃ এনে দুঃসাহ নকৰিব' ক্ষত্ৰিয়ৰ লগত যুদ্ধ কৰাই তোমাৰ অন্যায—বিশেষকৈ ভীষ্মৰ লগত। মহাভাৰত ৫|১৮৭১ (৩) (ক) ৰাজপুত ৰজাসকলে নিজক সুৰ্য বংশীষ আৰু চন্দ্ৰ বংশীয ক্ষত্ৰিয বুলি পৰিচয় দি আহিছে। (খ) গুজৰাটৰ ৰাজা বৰ সন্তানসকলে ৰক্ষ ক্ষত্ৰিয়, মধ্য ভাৰতৰ চন্দ্ৰসেন ৰজাৰ বংশধৰসকলে কায়স্থ ক্ষত্ৰিয় বলি পৰিচয় দিযে। (১) সোডৰ পলি আৰু সেন বংশৰ ৰাজসকলে ক্ষত্ৰিয় বুলিযেই প ৰচয দিছিল। পৰবৰ্তী কালত এই বিলাকৰ বংশৰসকল কায আৰু বৈদ্য ন'মে জনাজাত হৈছে। (ঘ) ৰাজপুত ক্ষত্ৰিযসকলৰ ভিতৰৰ কিছুমানে মালা কাযস্ত বলি জনাজাত হয়; টোমল, মানসিক কক্ষত্ৰিয় বুলিয়েই “ৰিচিত হৈছিল। (ঙ) বৰ্তমানে যিসকল দেশীয় হিন্দ নৰপতি আছে, তাৰ বেচি ভাগেই ক্ষত্ৰিয বুলি পৰিচয় দিযে। (চ) প্ৰাচীন কামৰূপৰ কুমাৰ ভাস্কৰ বৰ্মন, পাল বংশধৰ আৰু জিতাৰি বংশধৰ ৰজাসকলে নিজক ক্ষত্ৰিয় বলি চিনাকি দিছিল। (ছ) কামৰূপৰ বাৰভৃণাসকলে নিজক ক্ষত্ৰিয় বুলি চিনাকি দিছিল , তাৰ ফলত তেওঁলোেক পোনতে অহি বাস কৰা ঠাইৰ ন ম “ক্ষেত্ৰী” হৈছিল তেওলোকৰে শিৰোমণি ভূণাই “বহ্মকা” বুলি পৰিচম দিছিল। কামৰূপৰ কায়সকলে আজি পৰ্য্যন্ত তেওঁলোকে নিজক শূদ্ৰ বুলি বোৰ নকৰে; আন কি তেওঁ লেবিৰ তিৰোতাসকলেও ব্ৰাহ্মণৰ বাহিৰে আন জাতীয় লোকক শূদ্ৰ বুলিয়েই আখ্যা দিযে; স্বজাতিৰ ভিত ৰৰ কৰে। কোনো হীনাচাৰ দেখিলে তেওঁলোকে কপাতে কয়- “শূদ্ৰৰ তিৰীৰ দৰে তাইৰ কেনে স্বভাব দেখো?" এনে অবস্থা পপিবী বা ভাৰতবৰ্ষ নিঃক্ষত্ৰিয় হয় কেনেকৈ? নিগুণ বুলিলে বি দৰে গুণৰ অল্পতা বুজায়, সেইদৰে নিঃক্ষত্ৰিয় বুলিলেও সংখ্যাৰ অল্প বুজাহে মুক্তি সঙ্গত হব। পৰশুৰামৰ নিঃক্ষত্ৰিয কৰ উ” প্যানটো সত্য ঘটনা বুলি ধৰিলেও স্বাভাবিকে মনত এটা প্ৰশ্ন উঠে-“পৰশুৰাম জগত জী বীৰ আছিলনে? তেওঁ সমস্ত ভাৰতবৰ্ষকে জয় কৰাৰ জানো কোনো প্ৰাণ আছে?" পৰশুৰামে কাতবাৰ্জনৰ ৰাজ্যৰ ক্ষত্ৰিয বিলাকক মাৰিব পাৰা সম্ভব হলেও ভাৰতৰ অন্যান্য ৰাজ্যত বহুত ক্ষত্ৰিয় নিশ্চয় আছিল।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৭
অৱয়ব