পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। »

ভৰদ্বাজ, বিশ্বামিত্ৰ, অত্ৰি, গৌতম, বশিষ্ঠ আৰু অগস্ত্য এই সকল প্ৰথম গোত্ৰ প্ৰবৰ্তক ঋণি; ইয়াৰ পাচত আৰু বহুত গোত্ৰ প্ৰবৰ্তক ঋষিৰ উদ্ভৱ হৈছিল। প্ৰবৰ অৰ্থাৎ মম্বদ্ৰষ্টা ঋষিৰ সংখ্যা এক, দুই, তিনি আৰু পাঁচ মাত্ৰ। বেলেগ বেলেগ গোত্ৰকৰ্তা ঋষিৰ মন্থদ্ৰষ্টা বা প্ৰবৰ ঋষি বেলেগ বেলেগ। মম্বদ্ৰষ্টা বা প্ৰবৰ যিসকলৰ নামবোৰলৈ লক্ষ্য কৰিলে দেখা যায় – ব্ৰাহ্মণৰ বাহিৰে অনেক ৰাজৰ্মি প্ৰবৰ- ঋষি বলি গণ্য হৈছে; েেন মনু, ইলা, পুৰুৰব, যুবনাশ্ব, দিবদাস ইত্যাদি। আৰ্যসকলৰ বংশাবলী আলোচনা কৰিলেও বাহ্মণ-গৰি অভেদ অবস্থা দেখা যায় – + যেনে- ১। কুশিক (চবংশ জা) গাধি (বড়) | 1 পুৰ - বিশ্বামিত্ৰ (ঋষি) কন্যা - সত্যৰ ঋচীক (y মুপি ) মদগ্নি | মৰীচি- - ব্ৰহ্মাৰ? ভা--কলা – (কদম মুনিৰ কন্য।) 91 ভাঃ-অন- (কৰ্দম মুনিৰ কন্য!) কাপ চন্দ্ৰ TG411 1 বুধ ভালো বিবশ্বান আয়ু — মনু (সত্য যুগৰ প্ৰথম চক্ৰবৰ্তী ৰাজা) নহুম ! ইক্ষাকু (লে। যুগৰ চক্ৰবৰ্ত ৰা) [এওঁৰ বংশধৰসকলেই সূৰ্যবংশীয় ক্ষত্ৰিয় ৰাজা] যযাতি ভা:- (১) দেবযানী-ক্ৰাচাৰ্যৰ কণ্ঠ। (যদুবংশৰ উৎপতি) (২) শৰ্মিষ্ঠা—(বৃষপৰ্ব দানবৰ কন্য) [এওঁলোকৰ বংশধৰসকলেই চন্দ্ৰবংশীয় ক্ষত্ৰিয়।]

  • পণ্ডিত শ্ৰীযুত দেবেন্দ্ৰনাথ সাস্থ্যতীৰ্থ মহাশযৰ ব্যাখ্যা- হাতীপিঠি, কামৰূপ।

। শ্ৰীযুত কৃষ্ণকান্ত ভট্টাচাৰ্য মহাশয়ৰ “আসকলৰ -নিষ” প্ৰবন্ধৰপ লোবা, আ. সা. স. প. ৫ম বছৰ ৩য় সংখ্যা।