কায় সমাজৰ ইতিবৃত্ত। জয়নিয়া গ্ৰামে আসি তেহহ মহিল। বৎসৰ ছয়ক মানে ঐত আছিল।”৪৮৩ ভূষণছিল। জয়নিয়াই জনিয়া, ই বৰপেটাৰ নিকট। ঠাকুৰ ইৰাৰপৰা বেহাৰক যায়। “আঢ়ৈ বৎসৰ বেহাৰত আছিল। অনন্তৰে চলি পাছে বৈকুণ্ঠে গৈল।” দ্বিজ বিদ্যানন্দ। (পুৰুষোত্তম ঠাকুৰ বেহাৰৰ মধুপুৰত প্ৰয়াণ কৰে, ১৫৫৫ শকত) পুষৰ মাসত কৃষ্ণা চতুৰ্দশী বৈকুণ্ঠে চলিয়া গৈলা। সমন্তে ভকতে কান্দিবে লাগিল। অনাথিতি সবে ভৈল॥১৫৬ কেশব চৰিত- শ্ৰীচন্দ্ৰজি। পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাপৰ আচাৰ্য :- ভাগতী পো পৰমানন্দ ৰতনপুৰৰ ৰাম কৃষ্ণ নামে আৰু গোমস্থা বংশৰ || চনিয়া গ্ৰাম যে বাসুদেৱ নামে। পশুৰাম নামে আৰু ফুলবাৰীৰ গ্ৰামে। চেকেতলীয়া গোপীনাথ অনুপাম। এহি পাজন জানা ব্ৰাহ্মণৰ নাম। মুৰাৰী নামত জানা বেঙেন। আটিগ্ৰামে। কৃষ্ণ চৰণ যে চিপহা গ্ৰাম নামে। কাঠৰ পো কমললোচন নাম যাৰ। নামে হৰিচৰণ যে শাও কুচিয়াৰ॥৭৫ থকৰিয়াল নামে কমল লোচন। কেশৱ কৃষ্ণ সমে এহি বাহুজন || ঠাকুৰ চৰিত জয়হৰি দ্বিজ। পুৰুষোত্তম ঠাকুৰৰ বংশধৰ :- “পুৰুষোম দেৱৰ যে ৰেৱতী ভাৰ্যাত। অনন্তপ্ৰিয়া নামে এক কন্যা ভৈলা জাত। ইজিত গাভৰু গিৰীত বিহা দিল। এতেকে ডাঙৰ আই পৰলোকে গৈল।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৪৯
অৱয়ব