পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজ ইতিবৃত্ত। Son আৰু গৌৰী ইস্কুল আৰু নৰ্মালম্বুলৰ ছাত্ৰক সহায় কৰিবলৈ দুশ টকা দিয়ে, আৰু গৌৰীপুৰৰ তাৰিণী চতুপাঠীত পঢ়িবলৈ কায়স্থ লৰা এজনক মাহিলি ৮ টকাকৈ বৃত্তি দিয়ে। এই বৃত্তিৰ সহায়েৰে জমান সুনন্দহৰি ও বৰুৱাই সংস্কৃত টোলত পঢ়ি ব্যাকৰণ শাস্ত্ৰী আৰু ব্যাকৰণতীৰ্থ উপাধি লাভ কৰি কাব্য পঢ়িবলৈ, ৰিছে। আৰু এই সময়তেই মাননীষ শ্ৰীল শ্ৰীযুত ৰাজা বাহাদুৰে এই অভাজনক আমাৰ সমাজ তিবৃত্ত সংগ্ৰহ কৰিবলৈ আদেশ দিযে। ভগবানৰ কৃপাত আৰু মাননীয় ৰাজা বাহাদুৰৰ অনুগ্ৰহত বত বৰ্তমানে ? বিপৰ আকাৰে প্ৰকাশ হল। সভাত বিশেষকৈ তলত লিখা কথাবোৰ স্থিৰ হয় - (১) আৰ্য-কাযস্থ সমাজ, দলগোমা, গৌৰীপুৰ, হাকমা, শালকোছা, কোচবিহাৰ আৰু অন্যান্য ঠাইত " কা সকলো সমাজ মিলি “প্ৰাচীন কামৰূপ-কায়স্থ সমাজ” নামে সভা স্থাপিত হয়। ৭তে সেই সমাজৰ কাৰ্যনিৰ্বাহক কেন্দ্ৰীয় সমিতি স্থাপন কৰা হয়। (ব) গৌৰীপুৰৰ ৰাজা শ্ৰীযুত প্ৰানচন্দ্ৰ বৰুৱা বাহাদুৰ সমাজৰ সভাপতি আৰু নলবাৰীৰ শ্ৰযুত পপিনাৰায়ণ চৌধুৰী সহকাৰী সভাপতি নিবাচিত হয়। (4) ৰাজকুমাৰ শ্ৰীযুত প্ৰমথেশচন্দ্ৰ বৰুৱ। বি, এচ, চি, আৰু শ্ৰীযুত ভবেন্দ্ৰনাৰায়ণ বৰুৱা মহাশযদ্বয ব্যবৰী কেন্দ্ৰ সভাৰ যুটীয়া সম্পাদক নিযুক্ত হয়। (1) শ্ৰীযুত ৰমণীমোহন দত্ত চৌধুৰী মহাশয় ধন ৰাণী আৰু শ্ৰী বালীচৰ চৌধুৰী মহাশয় হিচাব পৰীক্ষক নিযুক্ত হয়। (৩) সমাজৰ সত্যসকলৰ প্ৰত্যেক পৰিলৰে পাৰিবাৰিক ইতিহাস সংগ্ৰহ কৰি তাত যথা সম্ভব ক্ষিপ্ত বিৱৰণ, আৰু পৰিয়ালৰ পুত্ৰ কন্যাৰ বৈবাহিক সম্বন্ধ লিখিৰলৈ আৰু ভৱিষ্যতে সভ্যসকলে তেওঁ- (লাকৰ পাৰিবাৰিক ইতিহাসৰ সম্পূৰ্ণ বিৱৰণ লিখি ৰাখিবলৈ অনুৰোধ কৰা হয়। (৩) নিঃসহায আৰু দুৰ্থী কাযস্থৰ লৰা ছোৱালীক শিক্ষাৰ নিমিত্তে সহায় কৰিবলৈ এটি ধন-ভৰাল আৰম্ভ কৰা হয়। (৪) এই সভাৰ লগতে মালনীষ শ্ৰীযুত ৰাজাবাহাৰে আলোচনা কৰি সমাজৰ সকালা কাষৰ এখান ইতিবৃত্ত সংগ্ৰহ কৰাবলৈ স্থিৰ কৰে। ‘ই ইতিহাস অৰু বংশাৱলী সংগ্ৰহ ও প্ৰণষণ কাৰ্যৰ ব্যযভাৰ ও উপায় সম্বন্ধে বিশেষ আলোচনা হষ। এই বিষয়টো অত্যাৱশ্যকীয় আৰু শষ্ট্ৰে প্ৰয়োজনীষ বিবেচিত হলেও সমিতিৰ অৰ্থাভাব দেখি নিৰুৎসাহ হোৱাত মহানুভব সমাজবৎসল। মাননীয় শ্ৰীল প্ৰীত গৌৰীপুৰৰ ৰাজাবাহাদুৰে এই কাৰ্য্যৰ বাষ - নিজে বহন কৰিব বুলি প্ৰচাৰ কৰে। ভাৰ পক্ষৰপৰা শ্ৰীযুত চাপতি মহাশযে শ্ৰীল শ্ৰীযুত নাজাবাহাদুৰক তেওঁৰ এই মহৎ কামৰ বাবে ধন্যব দ দিয়ে আৰু সকলো ভ্যপৰা সাহায্য আৰু সহানুভূতি পাব বুলি জ্ঞাপন কৰে। বছৰমান পাচত (কামৰূপৰ) বনগাঁৱৰ শ্ৰদ্ধাৰ শ্ৰীযুত হৰেনাৰায়ণ দত্ত ডিপুটইনস্পেক্টৰ মহাশয়ৰ ঘৰ • প্ৰাচীন কামৰূপ-কায়স্থ সমাজৰ এটা অধিবেশন হয়; আৰু শ্ৰধুত দীনেন্দ্ৰ বৰুৰা বি, এ কামৰূপৰ নলবাৰ শাখা সভাৰ কেইবাটিও অধিবেশন বহে আৰু ভালেমান কথাৰ আলোচনা কৰে। ত" • নাম দিয়া ঠাইবোৰত সভা