পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৮ কাষস্থ সমাজৰ ইতিবৃত্ত। তাৰ অৰ্থ

তা স্বীকাৰ কৰে, কিন্তু সেই বুলি যে তেওঁলোকক প্ৰাথমিক শিক্ষাও দিব নোৱাৰে ইষাক মই বিশ্বাস কৰিব নোখোজো। বহুত ঠাইত দেখিবলৈ পোৱা যায—লৰা-ছোৱালীৰ অন্নপ্ৰাশন, চুকৰণ, বিবাহ আদিত অকাতৰে ধন খৰচ কৰে, আনকি ধাৰ কৰিও সেই খৰচ যোগায়, অথচ লৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে ধন প্লচ কৰিব লাগিলে তেওঁলোকৰ মূৰত যেন বজ্ৰহে পৰে; যিমান কিৰ্পণালি ইয়াতেই। মৰ্ম তাক আমি পাহৰি গৈছে। ইংৰাজীত এক আষাৰ কথা আছে- where there is a will, there is a way' অৰ্থাৎ যত ইচ্ছা আছে, তাত তাৰ পথো আছে। ইয়াৰে আমাৰ যে ইচ্ছাৰ অভাব সেইটোৱেই প্ৰমাণ হৈছে; এতেকে এই বিষযে আৰু উপেক্ষা কৰ সমাজৰ পক্ষে মঙ্গলজনক নহয। সকলোৱেই যে ব্যয় বাহুল্য কৰি সন্তানক শিক্ষা দিব লাগিব তাক মই কোৱা নাই, নিজ নিজ শক্তি অনুৰূপে প্ৰত্যেকেই যদি শিক্ষা ব্যৱস্থা কৰে, সেযেই যথেষ্ট হব। এই সম্বন্ধে মই এটা প্ৰস্তাৱ বহু পূবেই কৰিছিলে। আৰু ইয়াক আজি পুনৰ আপোনালোকৰ ওচৰত উত্থাপন কৰোঁ, নে সমাজৰ সঙ্গহিন ছাত্ৰ-ছাত্ৰীৰ বাবে সমাজৰপৰা এটা ধনৰ ভাণ্ডাৰ স্থাপন কৰা •ণ্ডাৰৰ বিছু পৰিমাণ টব। প্ৰাথমিক শিক্ষাৰ খৰচৰ বাবে ৰাখি বাকী অংশেৰে বিশে। প্ৰতি সম্পন্ন সঙ্গতিই। ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা হব। উক্ত ভাণ্ডাৰ যদি গোৰাপৰ শিক্ষা সমিতিৰ অনুৰূপ •ঠি ৩ আৰু পৰিচালিত ২ নাইবা অন্য যি কোনো সুনিমৰ বিধান , (তন্তে ইয়াৰদাৰ সমাৰ এশ বলা। সাধি ৩ হব যে তাত কোনো সন্দেহ নাই। এই X আপোনালোকৰ ওচ• • বিনী • নিবেদন এই, (" সনজ ৩ যদি কিছু কুসংস্কাৰপূৰ্ণ আৰু সংকীৰ্ণতামূল কু-প্ৰথা বা কু- আচৰি আছে ন'হবা সোমাইছে, তেন্তে তাব এৰি উদাৰ নীতি লৈ আৱশ্যক বোধে দেশ বলি পাল উপণোগী ৰীতি-নীতি পৰিৱন আৰু প্ৰৱ • ন নকৰিলে “আমি যি তিমিৰে সেই তিমিনে ডুব থাকিব লাসিবই অৱশ্যম্ভাবী। এতিযা সকলো 'লে চিন্তা আৰু আলোচনা কৰি সমাৰ কল্যাণৰ বাবে কব্যাকব্য ঠিক কৰক। ১৯২৮ চন ১৮২৯ জুন। গৌৰীপুৰ। আকায় সমাজৰ ফোকসকল ১৩১৪-১৩০ চনলৈ শ্ৰীযুত প্ৰসন্ন নাৰাষণ চৌধুৰী। (গৌহাটী) কালীচৰণ চৌধুৰী। (নলবাৰী, পকোৱা) মকুম বৰুৱ॥ এই সমষৰ ভিতৰত এজন বি, এ, পাচ কৰা ছাত্ৰক আইন কলেজত পটেতেও সহায় কৰিছিল , অতি আনন্দৰ কথা যে এবে। বৰ্তমানে চৰকাৰী কামৰ উচ্চ পদ শোভ কৰিছে। এই সময়ৰ ভিতৰত শ্ৰীযুত বীৰহৰি দত্ত বৰুৱা আৰু শ্ৰীযুত প্ৰসন্ন নাৰাষণ চৌধুৰী মহাশয়ষে “কায়স্থ-ভাস্কৰ” নামৰ কায়স্থ জাতিৰ সংক্ষিপ্ত ইতিবৃত্ত থাকা এখন অসমীয়া পুথি ছপা কৰি সৰ্ব সাধাৰণৰ মাজত প্ৰচাৰ কৰে। আৰু মঙ্গলদৈৰ চমুৱা গাৱৰ চক্ৰমল দত্ত চৌধুৰী মহাশ্যৰ আৰ্থিক সহায়ত কায়স্থ লৰাৰ ছাত্ৰাবাসৰ বাবে নলবাৰী নগৰত একখণ্ড মাটি কিনে। গৌৰীপুৰত বহু প্ৰাচীন কামৰূ-কায়স্থ সমাজৰ ১ম অধিবেশনত মাননীয় প্ৰল শ্ৰীযুত ৰাজা বাহাদুৰে ৩১-১% " }}