পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  1. সমান হত।

সভা বহা ঠাই- খাবাৰী (নলবাৰী) তত্ত্বাবধান কৰোতা- (বৰ্তমানে ৰায়চাহাৰ) শ্ৰীযুত প্ৰতাপমায়ণ চৌধুৰী। • (বহাগ) বালিকৰিয়া দণ্ডিৰাম দত্ত। ১৪১ (কাতি) জাপাৰকুচি শ্ৰীযুত সিন্ধুৰাম দত্ত মজুমদাৰ। আলোচ্য বিষয়বোৰৰ এটা তলত উল্লেখ কৰা হল:- ১৯১৩৪ চনত জাপাৰকুচিত বহা অধিবেশনত গৃহীত হোৱা প্ৰস্তাব ২। “বঙ্গসুত্ৰ মসীজীৱী ক্ষত্ৰিযৰ প্ৰধান চিন; ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইৰ কায়ই যজ্ঞসূত্ৰ ধাৰণ কৰে। অসমৰ অধিক ভাগ কায়স্থ-গোযো উপবৰ্তী; সেই কাৰণে আমাৰ বাকী কায়সকলে উপবীত ৰাৰণ কৰিবলৈ আৰু বৈধমতে পোৱা উপবীত ৰাখি থোবাৰ কথা কেন্দ্ৰীয় সভাৰ আলোচনাৰ বাবে পঠাৰলৈ স্থিৰ কৰা হয়? তলত নাম দিয়া কেইজন কমে নলবাৰী শাখা সভাৰ?ভাপতি আৰু চম্পাদক হয় - সভাপতি—বৰ্তমানে নায়চাহাব) শীযুত প্ৰতাপনাৰায়ণ চৌধুৰী, শ্ৰীযুত ৰণীধৰ চৌধুৰী, শ্ৰীযুত মকল মা বৰুৱা। সহকাৰী সভাপতি—শ্ৰীযুত ৰণীধৰ চৌধুৰী, শ্ৰীযুত কালীচৰণ চৌধুৰী। সম্পাদক-শ্ৰীযুত মকুমল্ল বৰুবা, শ্ৰীযুত কালীচৰণ চৌধুৰী, শ্ৰীযুত ভৃগুপতি দত্ত বি, এ, শ্ৰীযুত শ্ৰীযুত বিচিত্ৰনাৰাষণ দত্ত বৰুৱা বি, এ, (বৰ্তমানে বি, এল,) শ্ৰীযুত অম্বিকাচৰণ চৌধুৰী বি, এচ, চি শ্ৰীযুত প্ৰভাতনাম। চৌধুৰ। বি, এ, শ্ৰীযুত মহেন্দ্ৰনাৰাষণ মজুমদাৰ, ডাঃ শ্ৰীযুত মাধৱচন্দ্ৰ দত্ত চৌধুৰী উপৰি উক্ত সমাজৰ নেতৃ স্থান য় সদাশয় পুৰুষসকলৰ যত্নত আমাৰ সমাজ-হিতকৰ কাম ভালেখিনি হ্য আৰ্য-কাষ সভা কেৱল কামৰূপতে সীমাবদ্ধ আছিল বুলিব লাগে। অৱশ্যে মাজে সময়ে গৌৰীপুৰৰপৰ ২১ জন স্বজাতীয় ভাতৃ বিশেষকৈ শ্ৰীযুত ভবেনাৰায়ণ বৰুৱা, শ্ৰীযুত ৰমণীমোহন দত্ত চৌধুৰী আ আহি যোগ দিছিল। আমাৰ জাতিৰ শিৰোমুকুট স্বৰূপ মাননীয় ৰাজা শ্ৰল শ্ৰীযুত প্ৰভাতচন্দ্ৰ বৰুৱা বাহাদুৰে মাজে সময়ে আমাৰ সভাৰ সংবাদ আদি লৈ আছে। এইজনা ৰাজাবাহাদুৰে আমাৰ দেশৰ “অসম এচেচিয়েনত যোগ দি দেশৰ অশেষ হিতকৰ কাম কৰিছিল। ৰাজাবাহাদুৰে দৰিদ্ৰ অৱস্থাত পৰা বহুত কাষ সন্তানক জীৱিকাৰ পথ উলিবপৰা কৰি দিয়ে। বৰ্তমানেও তেখেতৰ আয়ত অনেক কায়স্থই জীৱিক নিৰ্বাহ কৰি আছে। ৰাজাবাহাদুৰৰ যত ভাৰতীয় কায়ৰ গৌৰৱ স্বৰূপ কলিকাতা বিখ্যাত পণ্ডি নগেন্দ্ৰনাথ বসু প্ৰাচ্যবিদ্যামহাৰ্ণব মহোদয়ৰদ্বাৰা চোচিযেল হিষ্টৰি অব কামৰপ” (Social Histo of Kamrup) নামে এখন কায়স্থৰ ইংৰাজী ইজি প্ৰণয়ণ কৰাষ। ই এটা অমাৰ বুৰ গৌৰৱ বস্ত; ইয়াৰদ্বাৰা আমাৰ গোটেই ভাৰতৰ কায়স্থ জাতিৰ লগত পৰিচয় দিবপৰা হৈছে। ভাৰতৰ বিভি ঠাইত থাকা, বিশেষকৈ উত্তৰ ভাৰতত থাকা কাসকলৰ লগত যে আমাৰ ঘনিষ্টতা আছে, প্ৰাচ্যবিদ্যাৰহাৰ্ণ। মহাশয়ে সেইটো ভালদৰে দেখুৱাইছে। এই সিম কৰাৰ বাবে প্ৰাচ্যবিদ্যামহাৰ্ণৰ মহাশয় আমাৰ আলো ওজন হৈছে আৰু আমাৰ সমাজৰ নেতা মাননীয়তাবাহাদুৰৰ সন্মান সমাজত নিশ্চয় যত এগছে