পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। sot (৩) ৰাঙ্গামাটি—গৌৰীপুৰৰ ৬ মাইলমান পূৰ্ব-উত্তৰে)। (৪) বটিযামাৰি। ওপৰৰ উল্লিখিত ঠাইবোৰৰ বংশৰ, বানেকুচি, ফেঙুৱা, নাচনিপাৰ, ৰাঙ্গামাটি আৰু বটিয়ামাতি বতৰ্মানে কায়স্থ লোকৰ বাস নাই। বংশৰ মুছলমানৰ দিনত আৰু আহোম ৰাজত্বৰ আদি ভাগত যাত ব্ৰাহ্মণ ৫{ৰ প্ৰভাব বৰ বেচি আছিল—ইযাৰপৰা উঠি গৈ এতিয়াও মলিকুচিত বাসত্তৰীষা ব্ৰাহ্মণ এ'ছে। মদাৰ তলৰ বৰকাষস্থ আৰু চেঙাৰ উজীৰৰ কাষস্থবংশ বংশৰতে সেই কালত বাস কৰিছিল। ব'নেকুচি-মুছলমান আমোলত আৰু আহোম ৰাজত্বৰ গত ইয়াত ব্ৰাহ্মণ-কাষস্থ লোক বেচি। অছিল। জি তাৰী ক্ষেত্ৰি ৰাজাৰ দিনত ফেঙুৱাত বহুত' ত্ৰয়-কাষস্থ লোক আছিল; বৰ্তমানে •ন। ঠাইলৈ উঠি গৈছে। দুৰ্বা ই নৰনাৰাণ ৰাজাৰ দিনৰ এখান কায়স্থপ্ৰধান ঠাই। ইয়াতেই ৰামৰাম (বৰপেটাৰ ৰায় ঢৌধাৰী বংশৰ উপৰি পুৰুষ) কুঠি (কোঠ) কৰি বাস কৰিছিল। তাৰ স্মৃতি স্বৰূপ এতিযাও তাত ৫ শ ল নামৰ সত্ৰ আছে। ‘াঙ্গামাটি-মুছলমানৰ দিনৰ ৰাজধানী • ইয়াত কবিন্দ্ৰ পালক মধ্যস্থ কৰি বহু ও কাষস্থ লোক বাস ছিল। বাসিত নাৰায়ণৰ ৰাৰ্য ভাঙাত নাচনিপাৰত ব্ৰাহ্মণ-কায়স্থ লোক বহুত লগ লাগি বাস কৰিছিল। বিজনিত জনাৰায়ণ ৰাভা (জমিদাৰ) হোৱা ৩ তেওঁবিলাক উত্তৰ পাৰে আহি বটিয়ামৰিত বাস 14৮ল। কোচবিহাৰত বকস, মজুমদাৰ কাম কৰা কিছুমান প্ৰাচীন কাষ-ভূগৰ বংশধৰ আছিল।

  • আৰু বানেকুচিব (কামৰূপৰ) পৰাও ইয়ালৈ কাম উঠি আহিছিল।

আম পৰত উলেখ ক ঠাইবোৰ একোটা একোটা সমাজ হৈ চলিছিল। কিন্তু সকলো সমাজৰ •ৰত খোৱ। লোৱ, বৈবাহিক সম্বন্ধ কবাত একো বাধা নাছিল—বমানেও নাই। ইয়াৰ ফলতেই

  • চবিহাৰৰ লোকে কামৰূপত, ৰামৰূপৰ লোকে কোচবিহাৰ, ঘূৰ্লা আদিত অবাধে বিয়া কৰাইছিল।

?' 'নেও শিৱসাগৰৰপৰ। কোচবিহাৰলৈ যিসকল কাস্থ আছে, তেওঁলোকৰ ভিতৰত অবাধে বৈবাহিক • ঘটি আছে। প্ৰাচীন কাযস্থ-ভূঞাবংশৰ কৰবাত বৰবাত দুই এজনে অন্য জাতিৰ লগত বৈবাহিক সম্বন্ধ কৰি অন্য জ ভুক্ত হৈছে; এই সকলৰ লগত ৰথিত কায়স্থ সমাজে খোৱা-বোৱ আৰু বিবাহ আদি নকৰে। ক্ষেত্ৰীৰ নাৰাষণ গোমথাৰ বংশধৰ মহেশৰ চৌধাৰী বৃটিচ আমোলৰ শেষ চৌধাৰী আছিল। বৰ্তমান পুৰৰ ৰাজা বাহাদুৰৰ পিতৃ ৰা প্ৰতাপ বৰুৱা বাহাদুৰে চেঙাৰ (কামৰূপৰ) চৌধাৰী বংশত সহ কৰাৰ পাচত উক্ত ক্ষেত্ৰীৰ মহেশ্বৰ চৌধাৰীক গৌৰীপুৰক মাতি নি প্ৰাচীন কাযহ-ভূঞাসকলৰ

  • “ধৰ ক’ত কিমান আছে তাৰ খবৰ বৰে; আৰু সকলোকে এক সমাজবদ্ধ কৰি বতমান শিক্ষাত

ননিবেশ কৰিবলৈ সলোকে উৎসাহ দিযে। * তেওঁৰ দিনতেই দুৰ দূৰণিত থকা অনেক কায়স্থ সন্তানে এ পূজনীয় শ্ৰীযুত ৰখাৰী মহাশয়ৰ টোকাৰপৰা দিয়া হল। D. -