পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৪ কাযস্থ সমাজৰ ইতিবৃত্ত। শাবিলা কামৰূপ, গোৱালপাৰা আৰু কোচবিহাৰ পায়। কিন্তু আহোমজ জয়ধ্বজসিংহৰ দিনৰপৰা, ৩) পুনৰ কায়স্থ-ভূঞাৰ ধৰ্মাচাৰ্যসকল উজনিলৈ আহিবলৈ ধৰে। উজনিলৈ আহ। কায়স্থৰ সংখ্য হাৱাত তেওঁলোকৰ বৈবাহিক সম্বন্ধ কৰা মুস্কিল হৈ পৰে। ঠাকুৰ চৰিত, অনন্ত আতাৰ চৰিত তুলে দেখা যায় তেওঁলোকে ৰাজাৰ সহাযত কামৰূপৰ কাষস্থৰ ঘৰৰপৰা কন্যা আনি বিবাহ কৰিছিল। চলংহ ৰাজাই হাদিৰাচকিৰ বৰকাস্থ চৰাৰ বন্যা দেৱহুতীদেৱক অনাই অনন্ত আতাৰ লগত বিয। কি কথা আছে। সেইদৰে মাজুলী চামগুৰি সত্ৰৰ চক্ৰপাণি আতাত কামৰূপ চৌধাৰীৰ কন্যা অনায় দিবাৰ কথাও ৱো এয। আহোমৰাজাৰ দিনত এইসকল গোৰ্সাইৰ অৱস্থা ভাল আছিল; তেওঁলোকে কন্যা বিযা দিবলৈ কামৰূপ-গোৱালপাৰা আদিলৈ গৈ তাৰপৰা পাত্ৰ বিচাৰি আনি কন্যা বিযা দি লগতে ৰাখিছিল। চামগুৰি, দীঘলী, ভোগবাৰী আদি আমাৰ কাষ গোসইসকলৰ বংশলতা চালে দেখা যায, এইবিলাকৰ ওপৰ পুৰুষবিলাকৰ প্ৰত্যেক পুৰুষতে ২১ জন উদাসীন ৰৈছিল—স্ব-সমাজৰ কন্যাৰ অভাবেই ইয়াৰ মূল কাৰণ হব পায়। সাত পুৰুষৰ ওপৰ মাজুলীৰ চামগুৰি সত্ৰৰ বোধচন্দ্ৰ নামৰ সোসাইৰ লৰা এজনক ৰাঙ্গামাটা বৰুৱাই নিযে আৰু তেওঁক কোচ ৰাজাৰ বক্সী (ধৰ্ম বামৰ প্ৰতিনিধি) কৰি দিয়ে। সম্ভৱতঃ ৰাঙ্গামাটীয়া বৰুৱা সেই সময়ত কোচ ৰাজাৰ মন্ত্ৰী আছিল। বিষ্ণুপুৰ ( গোপা), ঘিলা জানি (বণিৰূপ) অদি থান নৰোৱ। শলগুৰি আদি সৰ ভিতৰুৱা; ৰাঙ্গামাটাঘা বৰুৱাৰ ঘৰে এই দুই সত্ৰৰ লগত প্ৰাচীন ব লৰপৰা বৈবাহিক সূত্ৰত আৱদ্ধ। উজনিৰ ভিতৰত বৰদেৱী, অ4। শিল। (না) এই দুই ঠাইত আমাৰ সমাজৰ লোক অধিব। লক্ষীমপুৰ ৩ এবঘৰ (বাসুদেৰ থান) শিৱসাগৰ জিলা : ১২১ ঘৰৰ বেচি নহয়; দৰঙ্গতে। ২০২৫ ঘৰৰ বেচি নহয। শিৱসাগৰ, rt fামপুৰ, দৰঙ্গ আৰু নগাঁৱত থাকা কেইঘৰ ভিতৰতে বৰ্তমানে বন্যাৰ আদান-প্ৰদান চলিছে; বি ২াৰ ভিতৰৰে দুই চাৰিজনে কামৰূপৰ লগতে। সম্বন্ধ কৰিযেই আছে। বৰ্তমান ঘিাঝাৰি আৰু বিষ্ণুপুৰ থানৰ অধিকাৰ নগাৰ শল গুৰা। ফৈদৰ; ইবিলাকে। কামৰূপ-গোবাল পাৰাৰ কাষস্থৰ লগত বৈবাহিক : আৱদ্ধ আছে। কোচ আৰু আহোম ৰাজাৰ দিনত কামৰূপৰ তলত নাম দিয়া ঠাইবোৰত বাযস্থ-ভূঞা বংশধৰসকলৰ বেচি ভাগ বাস বৰিছিল। (১) বংশৰ-হাজো আৰু শোৱালকুচিৰ মাজত। (২) গোত্ৰী বহ্মপুত্ৰৰ উত্তৰ পাৰে। (৩) বানেকুচি-নলবাৰীৰ উত্তৰে। (১) বৰভাগ—(মাখিবাহা অঞ্চল) ষ্টেচনৰ চাৰিওফালে—দক্ষিণফালে বেচি)। (৫) ফেঃ-(পা শালা ষ্টেচনৰ ৬/৭ মাইল উত্তৰে)। (৬) পকোৱা, সন্ধেলি, বালিকৰিা। (৭) বৰপেটা (পাটবাউসী, গণককুচি, সুন্দৰীদিয়া)। গোৱালপাৰৰ ভিতৰৰ তলত লিখা ঠাইবোত কাষস্থ-ভূঞাৰ বসতি বেচি আছিল। (১) ঘুৰ্লাঙ্কোচবিহাৰৰ ওচৰত)। (২) নাচনিপাৰ-ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে)।