পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ কায়স্থ সমাজৰ ইতিবৃত্ত। শিক্ষাত ৩ সহায় পায়। যদিও প্ৰাচীন কালৰপৰা সকলো কামু ভিতৰত কিছু পৰিচয় আছি তথাপি উক্ত জমিদাৰ মহোদয়ৰপৰাহে ভালদৰে পৰস্পৰৰ ভিতৰত পৰিচয় ঘটে। নয় সমাজ- ইয়াৰ াত আমাৰ পুৰুষত যোৱা ১৯০৮ চনত গুৱাহাটীৰ শুক্লেশ্বৰ দেৱালযৰ প্ৰাঙ্গনত কে

  • গোট খাই, আমাৰ সমাজৰ কন্যাপণ লোৱা আদি কিছুমান

কুসংস্কাৰ দূৰ কৰিাজত শিক্ষা কাৰৰ অৰ্থে “জাতীয় উন্নতি সাধিনী সভা” নামে এখন সভা পন. কৰে। এই সভাৰ উন্নতি কল্পে অসষ প্ৰায় সমুদায কাযস্থ মহাশয়সকলক নিমণ কৰি নিয়ম প্ৰণালী গঠন কৰাৰ কাৰণে এখন বিৰাট সভা আহ্বান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি ১৯০৯ চনৰ পুহ মাহত মাজৰ মঙ্গলাকাঙ্খী খাটাবাৰী মৌজা, মৌজাদাৰ (বৰ্তমানে চাহাব) শ্ৰীযুত প্ৰতাপনাৰায়ণ মহাশয়ৰ যত্ন আৰু তত্বাবধানত শ্ৰীযুত ধৰ্মনাৰায়ণ চৌধাৰী মহাশযৰ ঘৰত এখন সভ্য হয়। এই সভাত আগৰ “জাতীয় উন্নতি সাধিনী সভাৰ” নাম পৰিবৰ্তিত হৈ “অসম আৰ্য-কায়স্থ সমাজ হয়। তাৰ পাচ ৩ ১৯১০ চনৰ মাঘ মাই ৩ মাখিবাহাৰ শ্ৰীযুত বলীনাৰায়ণ চৌধাৰী মহাশযৰ বতুত এই সভাৰ এটি অধিবেশন হয়; আৰু এই সময়তেই সভাৰ নিয়মাৱলী ৰচিত হয়। এই সভাতে সকলোৱে কন্যাপণ গ্ৰহণ নকৰিবলৈ আৰু সমাজ ও শিক্ষা বিস্তাৰৰ অৰ্থে প্ৰত্যেক বৰপক্ষে ৫ টকাকৈ বৰঙনি দিবলৈ নিয়ম কৰে। আৰু উপস্থিত স্বজাতীয় সমজুৱাসকলে এইবোৰ নিয়ম মানি চলিম বুলি প্ৰতিজ্ঞা পত্ৰত চহী কৰে। ইষাৰ পাচত তলত নাম দিযা গাওঁবোৰত, দাতিত দেখুব স্বজাতিবৎসল দাতা সদাশযসকলৰ যত্ন বাৎসৰিক অধিবেশনবোৰ বহে:-- গাং- তত্বাৱধান কৰোতাসকল— পুকোষ শ্ৰীযুত গোবিন্দৰাম চৌধাৰী শিলীয়া নন্দৰাম ভূঞা . বালিকৰিয। যমুনাৰাম দত্ত চামত শ্ৰীযুত ৰূপৰাম মজুমদাৰ মাখিবাহা গদাপাণি দত্ত চাম তা ৰীধৰ চৌধ ৰী মৌজাদাৰ ১৩২২ পকোৱা মকুমল বৰুৱা মাণিবাহ। বলিনাৰায়ণ চৌধুৰী পকোৱা

    • পদ্মপাণি দত্ত

১৯২১ (এপ্ৰিল) সৰভোগ মাননীয় শ্ৰী শ্ৰীযুত ৰাজা প্ৰভাতচন্দ্ৰ বৰুৱা বাহাদুৰ। এইবোৰ অধিবেশনৰ উপৰিও শক্তিপাৰা, উলুবাৰী আদিত কেইবাটিও অধিবেশন বহিছিল। কিন্তু সম্পাদক-শ্ৰীযুত প্ৰায় নাৰায়ণ চৌধাৰী মহাশয়ৰ গৃহদাহ হোৱাৰ ফলত সমাজৰ কাগজপাতি ভালে- খিনি নষ্ট হয়। সমাজৰ বতমান কাগজপাতি দেখিলে বুজা যায় এই সমষলৈকে ১৭ টা অধিবেশন হৈ চন ১১৬ ১১৭ ১৩১৮ ১১৯ ১৩২০ > >> ? ১২ ১৩২ ৪