পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। লাতিৰে বৰদোৱাখান চলাই আছিল; পাচত কমলেশ্বৰসিংহ ৰাজাৰ দিনত দুয়ে ঘৰৰ ভিতৰত সৰু বৰ লৈ এন আৰম্ভ হয়। এই কলহ পাচত ৰাজাৰ ওচৰত মোকৰ্দমাৰূপে পৰিণত হয়। ৰাজাৰ প্ৰধান মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াইহে এই মেলখান সুধি নিষ্পত্তি কৰি দিছিল। মেলৰ ৰায়ৰ তাম্ৰপত্ৰ- খনৰ নকল তলত তুলি দিলো :- স্বীশ বিষ্ণু চৰণাম্বুজ লব্ধ ভঙ্গঃ মৃদ্ৰাম গোত্ৰ কুম্ব দাৰলি পূৰ্ণচন্দ্ৰ। মম্মহীন্দ্ৰ কমলেশ্বৰ সিংহ ভূপো বিত্ৰান ন ব্ৰজ বিনিন্দিত কল্পবৃক্ষ। নৃমনিকৰ কিৰীটোদ্ধীপ্ত সদ্ৰলদামদ্যুতি বিসৰ বিৰজদ্ৰক্ত পদাজাগঃ। হহিমকৰ কীৰ্ত্তি কাম সৌন্দৰ্য্য মুক্তি স্বনযচয় মনীষীদত্ৰি ভূদেৱ তোষী। ১ খ্ৰীমৎ শঙ্কৰ দেব বটদ্ৰবাভিধান। স্থানতঃ কলহোত্তুতে ভূম্যান। মণিকেতনে ১। শ্ৰীমৎ শলগুনী ঋ নৰ নাম ধেযৌঃ মহৰ্ভেক্ত বৰ্গে, বিবিচ্যাভ্যাস লোকতঃ ১। প্ৰাচীন ভূপৰাদ্ধান্ত সপ্ৰমান বিবুম্বাচ পৰাজযে নৰোয় ঋ মহতে ভূমি ব, ৩। ১ শ্ৰীমৎ শল গুৰী ঋ শ্ৰীৰাম চৰণেহুতী। হু হন স্বদ্ধ সিদ্ধান্ত তাম্ৰপত্ৰমদাদিদ ১া এতদ্বিবৰনং শঙ্কৰদেৱৰ বটদ্ৰবা স্থানৰ নাম ঘৰৰ মৃতিকাৰে- পৰা শলগুৰীয়া শ্ৰীৰামচৰণ অতাৰে নৰে।আৰ শ্ৰীৰামদেৱ আ তাৰে বিবাদ জন্মিলত দেৱেঞৈগঞা ৰাজ মন্ত্ৰি শ্ৰপূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীযাকে সন্দিকৈৰ শ্ৰীভদ্ৰকান্ত বডবড়ুৱাবে সুধিব দিলত দুষোজন ২ দুযযা মহন্তক সাক্ষাত বৰি সুধি স্থানৰ ঠাইলৈকো লম্বো দোলাখৰিয়া বড়কে চাউডাঙ্গৰ বিদ্ধ সইকিয়াকে বডবড়বাৰ টেকেলা বা চকধৰা হেমোদৰকে পঠাই স্থানৰ সমিপৰ মহন্ত ভকত চৰিয়া দুয়ো ভাগৰ কেৱলি আমি-ভক ৩ এই সকলকে একত্ৰ বৰি দুয়োজন। আতাক আগত থৈ সোধতি সেই সকলেও পূৰ্নীম ৰজা সব সিদ্ধান্তানুসৰি স্থানৰ মাটিৰ সিমা দেখাই পদসিলা মাটি দুয়ো ভাগ সমে পাই বুলি কলত নৰো অতি গাত বলেৰে সজা নামঘৰটো শলগুৰীষা আতাৰ ভাগ খুটা ভিতৰত মাটি পৰিলত সোধত নঅে আ ঘটিলত শলগুৰীয়া আতা জিকিলত ৰে ডাঙ্গৰিয়া বড়ুৱা সৈতে পূৰ্ব্ব সিমনাৰ দৰে মাটি ভাগ কৰি নামঘৰ দুযযা জনৰ ভাগৰ মাটিত সাজি লবলৈ আজ্ঞা কৰি স্থানৰ মাটি খনিকে দুভাগ কৰি পদশিলাবে। দুধে ভাগে ৰাখি থুট। মৰাই দি। ৰে ধৰ্থে শ্ৰশলগুৰীয়া ৰামচৰণ আতাক স্থানৰ X ভাগৰ » মাটি ভকত খনিযে সেতে তাম্ৰপত্ৰ কৰি দিলে দুয়ো ভাগৰ মাটিৰ সিমা পূৰ্বে কঠাল পশ্চিমে পুলিসিমলু উত্তনে কেলিকদম্ব দক্ষিণে কঠাল দুষো ভাগে মাটিৰ জোখ ৭ হতিয়া টাৰে ৰে দীঘে ১৯ বেং প্ৰস্থে ৯ দা আতে মাটি ১৩/১৮ পূং আৰে সলগুৰিয়া আতাৰ দক্ষিণ আগে মাটি /১০৮ নৰোআ আতাৰ ভাগে উত্তৰ ফালে ৩/১০৮ ৮ শ্ৰসলগুৰিয়া আতাৰ ভাগৰ স্থানৰ ভকত কেৱলি ব্ৰাহ্মণ ৰামৰম গুৰুৰ নাতি, জটিয়া বাসুদেব, কাৰাম, কমল নন, ব্ৰহ্মচাৰি দেউৰি, স্বধন দেউৰি, অহয়ালধৰা, পূৰ্ণাদেউৰি, সৰ্ব্বজই, ৰামজয়, কললি, মিচিৰ কাংসি, বিকেবিৰভদ্ৰ, মধুকৰ। কলিতাৰ কালিৰাম, খোবাৰ ভকত চৰণ, গঙ্গাৰাম, ৰামচৰণ নাম লগোৱা, নাৰায়ণ বগি, তপশি বনমালি, ৰামচ, পেটাল, জগন্নাথ, সুকুমল, কমললোচন, বিকাৰাম, গোবাই। কেয়োটৰ আহুকাল, নৰহৰি, জইমধুম। কোচৰ গোপাল বাগি। আমিৰ লক্ষণৰ পুং ব্ৰাহ্মণ, খাটনিয়াৰ জন্মি। ফটিকৰ পুং হেকে।