পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। পৰাহিত, দুৰ্গা, কলিতাৰ সটান পাঠেকৰ পুত্ৰ কেৰ্কেটু, মকুম ওজা, জয় পায়ন। বনমালি গায়দ পৃ গোপিনাথ, সূত্ৰধাৰ। সভায় বায়ন, • ত্ৰাহি ওজা, অভযৰ পূং কান্দু, হৈদাহৰ পুং ৰামাখি, গলাৰি, কোমললোচনৰ পূং কমলা বায়ন, সুগ্ৰীবৰ পূং অঙ্গদ, নাৰায়ণৰ পূং মিৰণ, চীৰাম, ঘোদেনাৰ পুং লোচন, শোনা কলিতাৰ পূং মজুৰ, সৰু কৰি পূং সুকুমল বাযন, জৰাম গায়নৰ পূং জইফ, লক্ষিক হৰিজইৰ পূং জই, গদাধৰ পূং গোবিন্দ বহুআ, নমল দেৱাই, কৰুণা গায়নৰ পূং দায়মই, কেশ জগন্নাথ, মধ শাষনৰ পূং মণীষাম, নিজমৰ পূং আঁহিৰ হাটিম, পেপা বোআৰ পূং বিজই, অম্বাৰিসৰ পুত্ৰ ভোগাই, (ক ওণ ভূবণ বায়নৰ পূঃ মধু, বহুম, পৰাম, ভেবেলা ৰামচৰণৰ পুং গেলো, দিঘলৰ পূঃ অনাদ, বলিষাৰ পূৰ্ণ ৰামজই, কোছৰ মনহ'ৰ হাটিমতাৰ পূং অকৰা খাটনিযাৰ হলৌ, নাৰায়ণৰ পূং ভোগাই, ভাইৰ পূং লুটুকি, পুখুৰীপৰিয়াৰ পূং বিকে, মোহনৰ পূং সিদ্ধিৰাম, মধুৰ পূং ভকত চৰণ, হৰি চৰণ, চিৰামৰ পূং কেকাই, জুগিৰ হৰজয়ৰ পূং জই। মূৰ্তি গোসাইৰ বনুআ নৰহৰিৰ পূৰ্ণ পৰাণওই, চিৰহৰি

  • টাৰ খাটনিযাৰ ঐচুত, কৃষ্ণৰাম পদ্বশিলাৰ বনুৱা।

(৬ামৰ মধুৰ পুতেক মঞ্জয়, পেলনৰ পুতেক টকৰ, সতাইৰ পুতেক বিকা, তনু, বিকাইৰ পুতেক চনা, আলিচাৰৰ পুতেক ভেকোলিৰ পুতেক, পানিমতিৰ ফেদোলাৰ পুতেক মনু। এই ভকতসকল সমৰ্নিতে শ্ৰবন কীৰ্ত্তন ধৰ্ম প্ৰবত্তি প্ৰবাহ শ্ৰক আশিৰ্বাদ কৰি পুত্ৰ পৌত্ৰাদি কমে ভোগ কৰি থাকিব। ইহা কোনো জনে অন্যথা নকৰিব হত শক ১৭২১ অসেই মহীন্দ্ৰ মজা- চলুদ কৃতাঞ্জলিৰ্ভাবি নৰেন্দ্ৰবৰ্গণ। বৃৰ্ত্তিবিভিন্ন মহতে মযেষা পাবছি বৃতিভিঃ বৃজে ও এতদৰ্য সামাক্ষৰমপৰ পৃষ্ঠে ১১১১১। অন্য পৃষ্ঠাত আহোম আখৰেৰে লিখা আছে। ] (ফলিখন যিদৰে পাঠ কৰিব পাৰা হল সেই ধৰণে ইয়াত তুলি দিয়া হল।) গৃহ কন্দলৰ ফলত প্ৰভুৰ থানো এইদৰে ভাগ হৈছিল। কিন্তু ই তো কন্দল ওৰ নপৰিল; বৰ্তমান যলৈকে দুষো ঘৰৰ ভিতৰত বিশেষ সদভাব থকা বুলিব নোৱাৰি। ইয়াৰ উপৰি নিজ নিজ ঠানিৰ • তো কন্দল নাই বুলিব নোৱাৰি। আত্মকলহৰ বাদে কাযস্থসকলৰ সম্পত্তি নানা কাৰণে হস্তান্তৰ হবলৈ ধৰে। আত্মকলহ সেই কাৰণ- ( ৰ এটাহে। তাৰ বাহিৰেও বিষয় নথকা আৰু থকা কাষস্থসকলৰ নিত্য খৰচ, ধৰ্মাদি কামৰ খৰচ • + উৎসবাদিৰ খৰচৰ বাহুল্যতাই কাষক সোনকালে ধংস মুখলৈ টানি আনে। বটিচ আমোলত মাসকলৰৰ আষ আগতকৈ অনেক পৰিমাণে কমি যায—আৰু কোনো উৎসবাদিৰ কামত পূৰ্বৰ দৰে না খৰচে মানুহ খটাবলৈ ব্যবস্তু সংগ্ৰহ কৰিবলৈ অসমৰ্থ হ্য, অথচ পূৰ্বাপৰ চলি আহা উৎসবাদি নি-দৌল, দুৰ্গোৎসৱ, তিথিমহোৎসৱ, জন্মাষ্টমী, ভঠালী, দোমাহী, শ্ৰাদ্ধ, বিবাহ, চূড়াকৰণ, অন্নপ্ৰাসন, • ভোজন, ভোজ্য উৎসৰ্গা, হোম, পাঠ, সভা, আদি পূৰ্বৰ আৰম্বৰে চলিবলৈ ধৰে। আগেয়ে এইবোৰ 'সৱত পৰগনাৰ সকলো লোকে নিজৰ কাম বা উৎসৱ ভাবি বয়বস্তুৰে আৰু গাৰে বিষয়াক সহায় ৰিছিল। পৰৱৰ্তী কালত আপোন ভাব ক্ৰমে কমি আহাত সেইবোৰ মানুহ নিমন্ত্ৰিত হিচাবেহে উপস্থিত হবলৈ ধৰে। বিষয়াসকলক দেখি কিছুমান ভঙা বিষয়াইও পূৰ্বপুৰুষৰপৰা চলি আহা উক্ত উৎসৱাদি আহোম