সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাস্থ সমাজৰ ইতিবৃত্ত। ১১১ এনে কামৰূপীয় সমাজত প্ৰভুয়ে “কৃষ্ণ এক দেৱ দুঃখহাৰী, কাল- মাদিৰ অধিকাৰী” বুলি এক দেৱত বিশ্বাস জন্মাই আৰু সেই দেৱকে সৰ্বভূতত সকলোকে উপলব্ধি কৰাবলৈ যত্ন কৰিছিল। তেওঁৰ অতি পিসতম সুহৃদ মাধৱ, শ্ৰীদামোদৰ, শ্ৰীহৰি, গোপাল, শ্ৰনাৰাযণ আদি ক্ষণজন্মা মহাপুৰুষসকলেও সেই মন্বকে গাই আৰু সেই তত্ত্বকে লোকসমাজত প্ৰচাৰ কৰি প্ৰাচীন কামৰূপীষ সমাজখন নতুনকৈ গঢ়ি তুলিছিল। হিন্দু হলে ঈশ্বৰ মানিব লাগে, বেদ মানিব লাগে। সেই কাৰণে প্ৰভুয়ে সাম্যভাৱ প্ৰচাৰৰ লগে লগে এষাৰ কথা ৰিঙিয়াই কৈছিল— “অবিৰক্ত ভকতৰ বেদ লজ্যিবাৰ দোষ, জানিবাহ। ইয়াক নিশ্চয।” যেতিয়ালৈকে তোমাৰ সংসাৰত বিৰক্তি ভাব নজন্মিব অৰ্থাৎ সংসাৰ-আসক্তি যেতিয়ালৈ গুচে, তেতিয়ালৈকে তুমি বেদবিহিত কৰ্ম ‘ৰ থাকিব; এইবোৰ কৰ্ম ভগবানৰ উদ্দেশ্যে বৰা বুলি নিস্কাম ভাৱে কৰি থাকোতে থাকেঁতে যেতিয়া •|• fৰ হৃদয়ত ভগৱানৰ স্বত্তা উপলব্ধি হব, তেতিয়া সেইবোৰ বৰ্ম আপেনি। আপুনি এৰা দিব -তোমাৰ • • নৈমিতিক কৰ্ম আদিৰ ভাবো হৃদষত নাথাক। হব—তুমি সেই সময়ত সপোনে-সচিতে বহোঁতে উঠে।তে, খাওঁতে ফুৰোঁতে সদায তেওঁকে দেখিবাতেতিযা তুমি পৰম বিৰক্ত। “পৰম বিৰক্ত যিটে কৰ ভকত ভৈল, তাৰ একো নাহিকে নিৰ্ণয।” তুমি তেতিয়া সমাজ ও পাকি? সমাজৰ বাহিৰ, ঘৰ গ বিও তুমি বনবাসী, কাপোৰ পিন্ধাতে। তুমি না তোমাৰ মাতৃভন, পিতা পুত্ৰ, ৰাজা-প্ৰজা, ধনী দ, গুৰু-শিষ্যৰ ভেদ ভাব মন্তৰৰপৰা আঁতৰিব--সকলোতে তুমি, তুমি সকলোৰে ভিতৰত। এইদৰে প্ৰযে হিন্দু সমাজ ক্ষ। কৰি সাম্যবাদ প্ৰচাৰ কৰিছিল। কোচ, কলিতা, কেওট বাসস্থ আদি বৰ্ণ বৰ্ণই পাব ল—কিন্তু সকলোৰে অন্তৰত “ঈশ স্বৰূপে হবি সব ঘটে বৈঠহ” ভাব জন্মাই দি পৰস্পৰৰ ভিতৰত পাতি আৰু বন্ধুৰ ভাব জন্মাই দিলে। প্ৰত্যেকে প্ৰত্যেকৰ ওচৰত বিনয হল পৰস্পৰে পৰম্পৰক মান কৰিব ধৰিলে—বাক্যত অৰু ব্যৱহাৰত। প্ৰভৃৰ মত চলাসকলৰ ভিতৰত “ৰাম” (আত্মৰাম), “বাপ”, “গুৰু” আদি বুলি সম্বে ধন কৰা প্ৰথ। আছিল–বৰ্তমানেও কোনো কোনে • এ-সভাত চলি আছে। শিষ্যে গুৰুক সেৱা কৰিলে গুৰু নত হোৱা প্ৰথ। সেই কালত আছিল— জিও ঠায়ে ঠায়ে আছে। শিন্যে গুৰু বন্দনা গাই গুৰুক বন্দনা কৰাত গুৰুৱে শিষ্যলৈ হাতযো কৰা আৰু আনন্দাশ্ৰু বিসজন কৰা অভ্যাস প্ৰাচীন কালত আছিল--বৰ্তমানেও ঠায়ে ঠাযে আছে এই হতভাগাই কিবা সৌভাগ্যত এদিন তেণে গুৰু-শিষ্যৰ প্ৰেমা দেখিবলৈ পাই কৃতাৰ্থ হৈছিল। ধৰ্মাচাৰ্যসকলৰ ভিতৰত পৰস্পৰ সেৱা কৰা প্ৰথা আছিল– বতৰ্মানেও ঠ যে ঠাযে আছে। প্ৰভু শ্ৰীশ্ৰীদামো “দেৱে তেওঁৰ প্ৰিযতম শিষ্য ব্ৰাহ্মণ ভগবানদেৱ আৰু কাষস্থ মনোহদেবক ‘সঙ্গী’ কৰি দিছিল। সঙ্গ “ক্তসকলৰ ভিতৰত ভেদ নাথাকে। প্ৰভু শ্ৰীশঙ্কৰদেবে শ্ৰীমাধৱদেৱক শ্ৰীনাৰায়ণ ঠাকুৰৰ লগত ‘সখি ৰি দিছিল; সখিৰ ভিতৰত ভেদ ভাব নবতে। এই আদশকে লৈ অজিও বাহ্মণ-কাষস্থ ধৰ্মাচাৰ্য্য কলৰ ভিতৰত তেনে সম্বন্ধ আছে (উজনীত)। ভক্তসকলৰ ভিতৰতো “সঙ্গী" প্ৰথা আছে। সঙ্গীভক্ত বলৰ ভিতৰত আত্মমিলনহে বিচাৰে-বৰ্ণৰ মিল নিবিচাৰে। আনকি গুৰু-শিষ্যৰ ভিতৰতত “সঙ্গী” প্ৰথ

  1. “ভাগৱতী নিগুণাৰ পৃথক লক্ষণ। সচঙ্গী ভক্তৰ ইটো পৃথক অৰ্থ বিলক্ষণ।”

ৰামচৰণ ঠাকুৰগুৰু চৰিত। ব্ৰাহ্মণ, ই