পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। দুঃখহাৰী এৰি চৰত দাস্য ভাবৰ প্ৰেৰণাত ভাগৱতী বৈষ্ণৱ ধৰ্মৰ সাৰ ভক্তিপন্থৰ ভেটি প্ৰতিষ্ঠিত। ভগৱানৰ নামতু, সাস কৰি একান্ত মনে তাক কীৰ্তন কৰিব, সাধু-সঙ্গত হৰি-কথা শুনিব, নিজৰ মনত ভগৱানৰ নাম স্মৰণ কৰিব, ভগৱানৰ উদ্দেশ্যে তেওঁৰ নাম লৈ তেওঁৰ উদ্দেশ্যে জল-ফুলেৰে অৰ্চনা অৰ্থাৎ পূজা কৰিব, মনেৰে ভগৱানৰ কল্পিত মূতিৰ পৰিচৰ্য্যা কৰিব, নিজক ভগৱানৰ দাস ভাবি তেওঁৰ আদেশত সকলো কৰ্ম কৰা বোধ কৰিব আৰু ফলাফল তেওঁৰ অৰ্পণ কৰিব আৰু সদায় ঐকান্তিক ভাৱে স্থিৰ বুদ্ধিৰে তেওঁৰ প্ৰীতিকৰ কাৰ্য্যৰ আদেশ অনুভব কৰিব আৰু তেওঁৰ কৰুণাৰ বাবে কৃতজ্ঞতা ভাব মনলৈ আনিব। ভগৱানক অত্যন্ত সুহৃদ বুলি বিশ্বাস কৰিব। সংসাৰৰ বন্ধ বিপদ-আপদত সহায হ্য, বন্ধৰ দুৰ্জিযাত কষ্ট পাই বন্ধুযে বন্ধুক সৎ পৰামৰ্শ দিযে; ভগৱানক তাতকৈ শ্ৰেষ্ঠ, তাতকৈও আপোন প্ৰাণৰ অধিষ্ঠাতা প প্ৰাণৰ লগত মিলি থাকা সখি বুলি বিশ্বাস কৰি ৰ হবলৈ দৃষ্টি ৰাখিব। ভগৱান সকলোৰে হৃদ্যত আছে ১.৩ামাৰ শৰীৰ ৩, পোক-পৰুৱাৰ “ৰাত, গজহস্তীৰ শৰীৰ, আকাশ, মাটি, পানী, শত্ৰু-মিত্ৰ সব লোৰে অন্তৰ • আছে • যাবে বিশ্বাস কৰি তেওঁক বন্দনা অৰ্গাৎ নমস্কাৰ কৰিব। [ সাম্যবাদৰ মন্ত্ৰ হাতকৈ মাৰু জাত বি ডাঙৰ হব পাৰে? ] বিনি অনা পশুৰ শৰীৰৰ অধিবৰ যিদৰে ৰিহ দৰ' কৰে, পশুৰ নিজৰ একো অধিকাৰ নাথাকে, সেইদৰে নিজক 'গৱানৰ ৩৩ বিন। যা বোধ এৰিব *111। তুমি ভগবাণত দেহ। অৰ্পণ কৰি মোৰ দেহৰ অৰ্থে কৰা সব .] 1. • বন বিশ্বাস বব॥ এই ৰেৰে গৱানৰ প্ৰতিবন পৱিত কৰ্ম কৰি শৰীৰ পবিত্ৰ বা সকলো জাতিৰ সকলো শেণীৰ লোকৰ সদৰ উন্নত বৰবলৈ এভিৱে উপদেশ দিছে :- "লৈ কৃষ্ণ বথ। যিটে। বৰিণা ২ •• | .814 fral: 7747 1748 অবে বৈছে :- শুন্তে কৃষ্ণৰ পথ। {ব সঙ্গ : প 8িভ হোৱয ৰ ত। আয়। ঈশ্বৰ • মান দৃষ্টি ('ৰ ৩া।

  • ৰণ মহিমা অপাৰ।

ইৰ ফৰ লা চৰিত্ৰ সিজন। পৰা শ' দ ব স্ত এৱণ॥ অতি অ কালে আসি তাহাৰ হিযাত। হোন্ত ভগৱন্ত কৃষ্ণ প্ৰকাশ সাক্ষাত। ভক্তি ৰত্নাকৰ। প্ৰভুৱে শ্ৰৱণ-কীৰ্তনৰ এইদৰে মহিমা ঘোষণা কৰি “ব্ৰাহ্মণ-চণ্ডাল ভেদাভেদ ত্যাজি” সকুলোকে এক সূত্ৰেৰে বান্ধি কামৰূপী সমাজত জাতিৰ এটা প্ৰেৰণা জন্মাই দিছিল। ৰামৰায় দ্বিজে লিখা গুৰু লীলাত (শ্ৰীদামোদৰ চৰিতত) পোৱা যায়— “শিব দুৰ্গা গ্ৰামদেৱ পূজয় সতত। হৰি ভক্তি কৰা নাহিকে ই ৰাজ্যত।” কৃষ্ণ কথা