পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১২ কায়স্থ সমাঙৰ ইতিবৃত্ত।

পৰমাৰ্থী ভক্ত-গুৰুৰ ভিতৰত ভেদ নাথাকে। এই সমস্ত প্ৰভৰ সাম্যবাদৰ ফল। এই সম্বন্ধে আৰু কিছু কথা আছে—সেইবোৰ কোৱা ই ঠাই নহয। গুৰুসকলৰ মত চল। সাধুসকলে সেইবোৰ জানে। প্ৰাচীন কালত (বৰ্তমানেও কিছুমান ঠাইত) আমাৰ হিন্দু সমাজে সকলো গুৰুৰ প্ৰতি শ্ৰদ্ধা দেখুৱায; নিজৰ কুলগুৰু নহলেও গুৰু বংশধৰু বুলি সেৱা কৰে আৰু দক্ষিণ আদি দিযে। গুৰুসকলৰ ভিতৰততা ভেদ ভাব নাছিল। কোৱামৰা সত্ৰৰ প্ৰতিষ্ঠাতা চতুৰ্ভুজ ঠাকুৰৰ কন্যা সন্তান অনন্তৰাম আতাৰ চৰিতত পোৱা যায়— তেওঁৰ সময়ৰ আউনিঅটিৰ সত্ৰাধিকাৰে ধৰ্মচাৰ্য পদ গ্ৰহণ কৰাৰ সময়ত অনন্ত আক নিমন্ত্ৰণ কৰিছিল। আতাই নৱেৰে গৈ সত্ৰৰ ঘাটত নাও গোৱাত আউনিঅটিৰ ৰাচৰণ আৰু দামোদৰ বাপুৱে বৰ অৰম্বেৰে আতাক সবলৈ নিযে আৰু নিদিষ্ট সময় ও অ তাই নিমালি দিয়ে :-- “পাচে দুমে। বাপুৰ শিৰ; ঢোপ দিল॥ সুমধুৰ বাকে। এ • আশ্বাস ৰি॥ ৮ দাৰু দেৱ—অনন্ত চৰিত। * বৰ্তমান সমালৈকে সকলে। বৰ্ণৰ পচান্যে এধিকাৰৰ পদ গ্ৰহণ কৰা সময সাধুসকলৰপৰা নিৰ্মালি লোবা প্ৰথা আছে। প্ৰৰ কৃপা • যা •৯১ চনত অন গাৱৰ থাকোতে কোৰ্চং নামৰ এখন প্ৰখ্যাত ব্ৰাহ্মণ ধৰ্মাচাৰ্যৰ সত্ৰত এ অব ৰ। ৩। উৎসৱত আমি উপস্থিত হবলৈ পাইছিলো; আৰু ৩াত নিজ চকুৰে এইদৰে নৰো।-এন গুৰ বা “স'ইএ নিন। দি অধিকাৰ পাতা দেখিবলৈ পাইছি। ২। ধৰ্মাচাৰ্যসকলৰ সমাজত স্থান প্ৰাচীন কামৰূপীয় প্ৰধান সম!চাসকলক “গাসাই, ঘা, গুৰু, মেপি, মহন্ত, অধিকাৰী, ঠাকুৰ, বাপু” বুলিছিল। “গোসাই” আৰু “গুৰু” উপাধি দুটা সাধাৰণ আছিল। প্ৰভৰ নাতিসকলে, অব ৰামচৰণ ঠাকুৰ ও •াৰায়ণ ১াকুৰৰ বংগৰে “ঠাকুৰ" নামে অভিহিত হৈছিল। পুৰুষোত্তম আৰু চতুৰ্ভুজ ঠাকুৰৰ নাতিব লে আৰু বিশিষ্ট আচালে “অ : ' (আত্মা) উপাধি পাইছিল। ৰামচৰণ ঠাকুৰৰ বংশধৰ- সকলৰ কোনো কোনোৱে “অধিৰ ৰী" বুলিও পৰিচিত হৈছিল। আইনি অটিৰ গোসাই আদিতে ‘বাপ” নামে অভিহিত হৈছিল; আৰু আন বলে বৰ্ণৰ সকলো ধৰ্মাচায্য “মেধি” ‘মহন্ত" এই দুই পদেৰে পৰিচিত হৈছিল। আহোমৰাজ চলকান্ত সিংহৰ দিনত প্ৰৰ জীউধৰা দলৰ চাৰিসত্ৰীয়া গোসাইৰ। নামৰ পাচত “মহন্ত” উপাধিও দেখা যায়। মুঠতে উক্ত উপাধিবোৰ বৰ্ণ লৈ বাজত হোৱা নাছিল—সকলে বৰ্ণৰ ধৰ্মাচাৰ্যৰ এইবোৰ সাধাৰণ উপাধি আছিল। আহোমৰাজ ৰুদ্ৰসিংহৰ দিনত (১৬৯৫-১৭১৪ খৃঃ অঃ) যেতিয়া নদীয়া শান্তিপুৰৰপৰা ভট্টাচাৰ্য ব্ৰাহ্মণ আহি ৰাজাৰ গুৰু হয় আৰু ৰাজা শিৱসিংহৰ দিনত (১৭১৪-১৭৪৪ খৃঃ অঃ) কৃষ্ণৰাম ন্যাযবাগীশ ভট্টা- চাৰ্য ৰণ্ডৰু হৈ যেতিযা নীলাচলত বাস কৰে, সেই সময়ত তেওঁ “পাৰ্বতী গোসাই নামে পোনতে অভিহিত হৈ পাচত ‘পৰ্বতীয় গোস্বামী নামে কথিত হয়। বঙ্গদেশীয বৈষ্ণৱ ধৰ্মাচাৰ্যৰ ইয়াক

  • বৰ্তমানে উজীৰ আউনিআটি, গড়মূৰ, দক্ষিণপাট আৰু কৰুৱাবাহী বামুয়া চাৰি সত্ৰৰ ভিতৰতেই নিমালি লোৱা প্ৰথা চলিছে।

৫ নৰোৱা’ শলগুৰি, দীঘলী আৰু চামগুৰি।