পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। একজন কৰিলা গয়া শঙ্কৰ গতি নামে। বি হৰিচৰণ মিচিমি ধনী গ্ৰামে। কলিহা ঢোল আৰু নামে মলুৱাল। কোঠৰ গঞা পৰমানন্দ জানিবাহ। ভাল॥৭ ১৯ কমলাবৰীয়া এক গোপাল যে নাম। ভূঞাৰ পো জানা এক আদাৰপাৰা গ্ৰাম। পতিষৰি হৰিচৰণ কুলত ব্ৰাহ্মণ। নামত শ্ৰীৰাম পাতকী একজন॥৪৫০ এহি বাটজন বিষ্ণুপুৰ পানে গৈল। দামোদৰ ঠাকুৰক দশন ভৈল। কতো দিনে ঠাকুবক সেব্যি আছিল। আজ্ঞাপৰ হুইযা সবে উজাই আসিল।”॥৪৪১ ঠাকুৰ চৰিত—দ্বিজ হৰিনাৰাষণ অ৩ (নগাৱৰ বচুং সত্ৰৰ উপৰি পুৰুষ।) এই গুৰুসকলৰ ৩৪ জনৰ নাম বৰবাৰজীয়া আৰু সৰু বাৰজনীয়। আচাৰ্যসকলৰ ভিতৰত আছে সম্ভৱতঃ সেই কেইজনৰ নাম হেৰোৱ ৩ গ্ৰন্থকাৰে ল'কমে সেই কেইজনৰ নাম তাত ভুক্ত কৰিছে। দামোদৰ আতাৰ বংশধৰসবল পাচত নৰোৱ গোস্বামী বুলি প্ৰখ্যাত হয়। এই সকলৰ দ্বাৰ। আৰু নানা ঠাইত সূত্ৰ স্থাপিত হয়। নৰোৱ। গোস্বামীসকলৰ বংশধৰসৰলেও নানা ঠাইত থাকি বহুত সূত্ৰ স্থাপন কৰি প্ৰ, শ্ৰীমন্ত শঙ্কৰৰ গৌৰৱ ৰক্ষা কৰিবলৈ যত্ন কৰিছিল। নৰোৱা গোস্বামীসকল থাকা প্ৰধান সূত্ৰবোৰৰ না ৩ল ৩ দিযা হল:- (১) ব'সুদৱ থান (উত্তৰ লক্ষীমপু), () বালিসল (নও), (৩) ৰামপুৰ সত্ৰ নগাওঁ), (৪) বটদবা থান (নগাওঁ), (৫) ভাটিয়ালি সত্ৰ নগাওঁ), (৬) কৃজি সন (ন* 'ও) (৭) পাটবাউসী (কামৰূপ)। চতুভুজ ঠাকুৰদেৱৰ সুভদা আৰু সুমিত্ৰা নামে দুটি কন্যা আছিল • এই দুই কন্যাৰ সন্তানৰপৰ। বহুত শিষ্য প্ৰশিষ্য বাঢ়ে। সুভদ্ৰা আহৰ পুৰ অনন্তৰায অত। তেওঁ শিৱসাগৰৰ শলগুৰিত বাস কৰিছিল, সেই কাৰণে এওঁৰ বংশধৰসকলক শল গুৰীয়া সেই বো(শ। শলগুনী গোসাইলেও নানা ঠাইত থাকি সত্ৰ পা•ি প্ৰভু ধৰ্ম সতেজ কৰি ৰাখিবলৈ যত্ন কৰিছিল। তলত লিখা ঠাইবোৰত বতমানে সিবিলাকৰ বংশধ সকল থাকি গুৰুচিৰি কৰে :- (১) কোৱামৰা (শিবসাগৰ)। (২) শলগুৰি (শিবসাগৰ)। (৩) শলগুৰি (দৰঙ্গতেজপুৰ)। (৪) শলগুৰি-পটৰা সত্ৰ (দৰঙ্গ-মঙ্গলদৈ)। (৫) আইভেটি (নগাওঁ)। (৬) আইভেটি ন সত্ৰ (নগাওঁ)। (৭) বটদ্ৰৱা (নগাও)। (৮) লেতেৰি শলগুৰি (নগাওঁ)। (৯) শুকদল বৰবৰি নগাওঁ)। (১০) শুকদল সৰুবৰি নগাওঁ)। (১১) কুটিমাৰি (নগাও)। (১২) চেপেটিম। পুৰুষোত্তম ঠাকুৰদেৱৰ কন্যা কেশৱপ্ৰিয়া আইৰ সন্তানসকলেও প্ৰভৃৰ ধৰ্মকে ধৰি তাক প্ৰচাৰ কৰি -