পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। বৰ বাৰজনীয়া পুৰুষোত্তম ঠাকুৰ দেৱৰ আজাপৰ আচাৰ্য্যলল- (১) কেশৱচৰণ (ব্ৰাহ্মণ) কচুংস, (২) গোপীনাথ (ব্ৰাহ্মণ) চেকেৰাতলী, (৩) বাসুদেৰ (ব্ৰাহ্মণ) চতমিযাসত্ৰ, (৪) ৰামকৃষ্ণ (ব্ৰাহ্মণ) গোমঠাপত্ৰ, (৫) পৰমানন্দ ভাগৱী (ব্ৰাহ্মণ) ৰতনপুৰস, (৬) পৰশুৰাম (ব্ৰাহ্মণ) পুনিয়াৰ ফুলবাৰী সত্ৰ, (৭) শ্ৰীকৃষ্ণ বা বাপুকৃষ্ণ-এলেঙ্গি, (৮) হৰিচৰণ-সাউদ- কুচিত্ৰ, (৯) কমললোচনকাঠৰপাৰসত্ৰ, (১০) মুৰাৰি-বেঙেনাআটিস, (১১) কৃষ্ণচৰণ-চুপহাসত্ৰ, ।১২) কমললোচন—ঠকৰিয়াল। সৰু বাৰজনীয়া (চতুভুজ ঠাকুৰ দেৱৰ আজ্ঞাপৰ আচাৰ্যসকল ঃ- (১) কেশৱচৰণ (দ্বিজ) কোচুং (কুঁৱৰীচুং), (২) শঙ্কৰগতি—খাটপাৰ, (৩) সনাতন-বেলশিৰীয়া, (৪) মাধৱ (অপৰ নাম গোবিন্দ)—বিহমপুৰ, (৫) জয়কৃষ্ণ-খেৰকটীয়া, (৬) গোবিন্দ (ব্ৰাহ্মণ) কাৱৈ- মৰীয়া, (৭) কা—উজনীযা, (৮) ৰামভদ্ৰ (ব্ৰাহ্মণ) নাচনিপাৰ, (৯) ৰঘুপতি-কন্টাৰি, (১০) শল- শুনি (ব্ৰাহ্মণ) শ্ৰীৰাম অপৰ নাম ৰত্নাকৰ, (১:) ধুধুলিৰ-ৰামচৰণ, (১২) সাধুদ্বিজ (দিকোচাং সত্ৰ)। 1 ৫৷ প্ৰভুৰ নাতিবোৱাৰীৰ ধৰ্মপ্ৰচাৰ :- চতুৰ্ভুজ ঠাকুৰৰ পত্নী কনকলতা আইৰ আজ্ঞা ১২ জন আচাৰ্যক। ধৰি সৰু বাৰনীষা ২৪ জন

  • চাৰ্য্য বুলি উল্লেখ কৰে। আচলতে চতুভুজ ঠাকুৰদেৱ স্বৰ্গী হোৱাৰ পাচত কনকল আইযে ১২

মন আচা পাতি ধৰ্মপ্ৰচাৰ কৰিবলৈ উজনিলৈ পঠায়। এই বাৰজন অ'চাৰ্যৰ ভিতৰত ৬ চনা বাহ্মণ শৰু বাকী ৬ জনা বাহ্মণেতৰ; আমি সেইসকলৰ বিশেষ চিন কৰিব নোৱাৰিলো :- (১) শ্ৰীৰাম—পাতকীয়া সত্ৰ, (২) গোপীনাথ দ্বিজ, (৩) জগনন্দ (বাহ্মণ), (৪) হৰিচৰণ—নখেতি, (৫) নাপালি সত্ৰৰতিকান্ত (বাহ্মণ), (৬) বনগাও -মাধৱ, (৭) হৰিচৰা—লেতেনি, (৮) নাৰায়ণ—কৌপতীয়া সূত্ৰ, (1) খাৰগ ৰত্নাকৰ, (১০) অনন্ত ঠাকুৰ-কালশিলা সত্ৰ (কাস্থ), (১১) নাৰদ-দঙ্গ, (১১) মিচিমিনন্দন জযহৰি আহা—ধনীগ্ৰাম। ৩ শ্ৰীমন্ত শঙ্কৰৰ নাতি বোৱাৰী কণব লতা আইএ এইদৰে ধৰ্মপ্ৰচাৰ কৰিবলৈ ধৰ্মাচাৰ্য পাতি সেই ত যুগান্তৰ আনিছিল; ভাৰতৰ অন্য কোনোব ঠাইত এইদৰে মাতৃজাতিৰ ভিতৰত কোনোৱে ধৰ্ম ১ ৰ কৰা এতিয়ালৈকে আমি সংবাদ পোৱা নই। ৬৷ প্ৰভুৰ জীউ ধৰা ভালৰ ধৰ্মপ্ৰচাৰঃ- প্ৰভু তৃতীয় পুত্ৰ হৰিচৰণ ঠাকুৰৰ বন্যা গোবিন্দ প্ৰিয আই; তেওঁৰ পুত্ৰ দামোদৰদেৱে তলত 1 আচাৰ্যসকল পাতি ধৰ্মপ্ৰচাৰ কৰাইছিল :- “কৌপতিযা চৰণ ব্ৰাহ্মণ একজন। গোমতীয়া নামে জয় গোবিন্দ ব্ৰাহ্মণ। নেপালী বিপ্ৰজানা ৰতিকান্ত নামে। ঘুপতি নামে বিপ্ৰ লক্ষ্মীপুৰ গ্ৰামে॥৪৩৮ ১৪