সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ৰামানন্দ ঠাকুৰ এইদৰে লিখা-পঢ়া শিকি উঠাৰ পাচত তেওঁক বিবাহ কৰাই দিযে। তাৰ পাচত বোধহয় যোগ্যতা পৰীক্ষাৰ অৰ্থে চিলাৰাষ দেৱানৰ অধীনত কিছুদিন থৈ দিষে। চিলাৰায়ে ৰামান ঠাকুক ৰাজ-দপ্তৰখানাত কি কামত নিযুক্ত কৰিছিল, তাক বিশেষকৈ কব পাৰা নাযায়। প্ৰভুযে ৰামানন্দ ঠাকুৰ বা তৃতীয় পুত্ৰ হৰিচৰণ ঠাকুৰ কোনো এজনকে ধৰ্ম দিয়া নাছিল। প্ৰভু পণৰ সময়ত যেতিয়া ৰামানন্দ ঠাকুৰে কাকৃতি কৰে—“বাপ, আমি সৰ্বহৰ ভাগ নাপালো।” প্ৰভুৱে উত্তৰ দিলে—“সমস্ত সৰ্ব্বহ মাৰৰ হাতত আছে, তুমি গলেই পাবা।” তেতিয়া ঠাইতে কান্দি কালি কবলৈ ধৰিলে—“বাপ, আমি সেই সৰ্বৰ কথা কোৱা নাই, পৰকালৰ বি ৩হে বিচাৰিছে।” প্ৰভৱে তেতিয়া হাঁহি কলে—“মা, আজিহে তোমাক চিনি পালে; কিন্তু বিচৰাত তোমাৰ বিলম্ব ভক্তিভাৱে মাধৱত খুজিবা, তেওঁ দিব পাৰিব।” এই উদাৰ ভাৰৰ বাবেই প্ৰভু শঙ্কৰ অজি অধিকাগ অসমীয়া হিন্দুৰ হৃদয়ৰ দেৱতা। ৰামানন্দ ঠাকুৰে পাচত মাধৱদেৱৰপৰা ধৰ্ম গ্ৰহণ কৰে; কিন্তু তেওঁ সৰহ দিন জীয়াই নাথাকিল। প্ৰভু শ্ৰীমন্তশঙ্কৰ বৈকুণ্ঠ প্ৰণ কৰাৰ এবছৰ পাচতেই স্বৰ্গী হয়। আমি শুপৰত প্ৰ, শ্ৰীশঙ্কৰৰপৰা ধৰ্ম্ম ধৰ। আৰু সেইসকলৰ পৰা ক্ৰমে সত্ৰাদি বাটা যি দেখুৱালে। সি অতি সামান্যহে। প্ৰভৰপৰা কিমনে ধৰ্ম্ম ধৰিছিল তাৰ নিৰাকৰণ কৰা সহজ নহয়। প্ৰায় তিনি

  • মান বছৰৰ আগত শ্ৰীশ্ৰীদামোদৰ গুৰুৰ শিৰ কোনোবা শিষ্যে প্ৰভু, শ্ৰীশঙ্কৰৰপৰা ধৰ্ম্ম-গ্ৰহণ কৰা ব্ৰাহ্মণ

সাধুসকলৰ যি তালিকা দিছে তাক দেখিলেই আচৰিত হব লাগে। তলত সেই সাধুসকলৰ নাম দিযা হল - সচিপতী পুথি এখনৰপৰা টোকা। “শ্ৰীশঙ্কৰ লগে ব্ৰাহ্মণ ভকত। হৰিগুৰু চিৰিহৰি মাধৱ চৰণ। পৰম আনন্দে কথা শুনা সমাজ ত। মানন্দ তুলসীদাস বিচিত্ৰনন্দন। প্ৰথমে দামোদৰ গোপাল বলোৰাম। মুৰিদাস নাৰাযণ কমললোচন। পৰম নন্দ ভাগৱত ভট্টাচাৰ্য নাম। শিৱানন্দ সতানন্দ গোবিন্দৰাম। কবিকণ্ঠ বিভূষণ গুৰু গুৰু ৰাম। মাধৱক মুখ কৰি অ'ছে ভক্ত যত। সদস্য পৰা (?) অনন্ত কন্দলি যাৰ নাম॥ তাসম্বাৰ নাম আঁবে শুনি সমস্ত। কলাপ কেশৰি হৰিমিশ্ৰ ৰত্নাকৰ। বিদাস ঠাকুৰক আদি ভক্তগণ। শ্ৰীধৰ কন্দলি হৰিমিশ্ৰ হৰিব। হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্ত্তন। ৰঘুনাথ গোপীনাথ হৰি কৰ্ণপুৰ। কমলাকান্ত হৰি বনমালি ৰাম। জষদেৱ বংশীবদন দাস সুৰ। গোবিন্দ কেশৱ বোভদ আৰু নাম। জাগৱতমিশ্ৰ জযহৰি নিৰঞ্জন। পৰমানন্দ গোবৰ্ধন মহাবলি হৰি। বনমালী গোপীনাথ মদন মন যদুমণি উথজীৱ কৰিন্দ্ৰ কেশৰি।” শ্ৰীধৰ বিষ্ণু ৰাত্ৰা পুৰি ভাগত। পদ্মপাণি চতুভুজ জগন্নাথ সন্ত। এই পথ পাম্প লক্ষ্মীনাথ বেজবৰুৱা মহোদয়ে শ্ৰদ্ধাস্পদ পণ্ডিত হেমচন্দ্ৰ গোস্বামী দেৱৰপৰা “শ্ৰীশঙ্কৰ আৰু মাধৱদেৱ" নামৰ পুথিৰ ৩৮৩ পৃষ্ঠাত লিখিছিল। আমি তাৰপৰা তুলি দিলে॥ লিখক- ন ৫৭