পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। no জানোগদেৱৰ এহু মত প্ৰচাৰ- প্ৰভু পাটবাউসীত থাৰোঁতে বৰদোৱাৰ ওচৰৰ নলচাৰ সতানন্দবি, পুত্ৰ প্ৰদামোদৰদেৱৰ লৈছে, প্ৰভুৰ ওচৰত উপস্থিত হয়। সতানন্দৰ পূৰ্ব পুৰুষ চণ্ডীবৰ আদি ভূঞাৰ লগত আহা লোক; গতিকে শিৰোমণি ভূঞাৰ লগত ইসকলৰ অতি সৌহাৰ্দ্য ভাব আছিল। সনদ প্ৰভুৰ ওচৰত উপস্থিত হৈ কয় :- “তযু দৰশন অভিলাষে আসি ত্ৰৈলো। চন্দ্ৰাৱতীপুৰে আমি থিত হৈয়া ৰৈলো১৮২ আমিযো সাধিবো গতি তোমাৰ সঙ্কাষে। দামোদৰ আসিয়া মিলিল তবু পাশে। নিস্তাৰিবা ভকতি প্ৰচাৰি। এহি কাজে তোৰা সব আছা অৱতৰি।” ১৮৩ শ্ৰীদামোদৰ চৰিত-নীলকণ্ঠ। এইদৰে কিছু দিন সতানদেৱ তাত থাকিল; শ্ৰীশঙ্কৰ আৰু শ্ৰদামোদৰৰ ভিতৰত প্ৰীতি বাচিবলৈ পৰিলে। শ্ৰীশঙ্কৰে শ্ৰদামোদৰদেৱক ভাগৱত পাঠ কৰিবলৈ দিযে—“ভাগৱত পঢ়া ঐত শুনো সবে আমি।” ভাগৱতৰ ব্যাখ্যা শুনি প্ৰভুৱে পৰম তৃপ্তি পায়। ইয়াৰ পাচত শ্ৰীদামোদৰৰ বিবাহ হয়; কিন্তু সংসাৰৰ সুখ নঘটে। শ্ৰীদামোদৰে একান্ত মনে প্ৰভু পত ধৰ্মচৰ্চাত সময় অতিবাহিত কৰিবলৈ ধৰিলে— লোত

“আজি ধৰি তবু কথা পাকিব ধৰি। পঢ়িবোহে। ভাগৱত প্ৰসঙ্গ কৰিা। শঙ্কৰ সহিতে সদা প্ৰসঙ্গ কৰন্ত। ভাগৱত পঢ়ি নিতে আনন্দে থাক।” ২৭৪ শ্ৰীদামোদৰ চৰিত-নীলকণ্ঠ। (বৰপেটাৰ)। (২) “বৈকুণ্ঠ সমান সিটো পাটবাউসী ভৈলা। শঙ্কৰ মাধৱ দামোদৰ তিনি বৈলা। দামোদৰ ভাগৱত কহিয়া থাক। দিনেক শঙ্কৰদেৱে তাক বুলিলন্ত ২৭০ ব্ৰাহ্মণ সন নোক যতেক আছয়। ভজামো সবাকে তুমি নাহিকে সংশয়।” দামোৰ চৰিত নীলকণ্ঠ। (দক্ষিণ পাটৰ।