সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰ্ম্ম-কাৰকত ( ক ) 'ক' যোগ হয় : কেতিয়াবা নহয়ও। মঞি উপদেশ যত দেঞোঁ ভাল কৰি। তাক এড়ি প্ৰহ্লাদে সুমৰে হৰি হৰি॥ ‘এ’, ‘দিয়া’,। কৰণ কাৰকৰ চিন শুণ্ডে মেঢ়াই আনি কতো চটকাৱে পাৱে। জানে দিয়া কাটিলেক খাণ্ডায়ে ভাগিল। একোএ প্ৰকাৰে আক মাৰণ নাই। পুৰিবাৰ প্ৰভায়ে অধিকে জলে কান্তি। -'ক' আৰু 'ক লাগি'। সম্প্ৰদানৰ চিন মোৰ পুত্ৰ তোক অপাদানৰ চিন. সম্বন্ধ পদৰ চিন ৰাজ্যভাৰ দেঞো মাধৱক পাৰা গালি। শতেক যোযন পন্থ উৰ্দ্ধক লাগি গৈলা। ৬ষ্ঠীৰ পাছত 'পৰা। তৈৰ পৰা পৰিলেক জীৱে কেন কৰি। -'ৰ', আমাক ভয়ত পলাইবাৰ নাই ঠাই। পলাই থাকন্ত ৰাজাৰ বচনে শুক্ৰ চালিলন্ত গাৱ। অধিকৰণৰ চিন ‘এ’, (ই), ‘ত’। ফটিকৰ স্তম্ভত বসাইলা এক মুঠি। মুঠিৰ প্ৰহাৰে স্তম্ভ ভৈলা দুই চিৰ। চাৰি দিকি দৃষ্টিভিৰি চাহন্ত নিৰখি।