সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( () পাৰা নাই। তেওঁ এই মাত্ৰ লেখিছে— “এই দুৰ্লভ-নাৰায়ণ কোন বংশৰ ৰাজা তাৰ নিৰ্ণয় নাই। কোনোএ কয় পাল বংশৰ, কোনেএ কয় জিতাৰি বংশৰ”। নামটোৰ প্ৰতি চালে তেওঁক জিতাৰি বংশৰ ৰাজা বুলি ধৰিবৰ মন যায় ৭। দুৰ্লভ নাৰায়ণ এই বংশৰ ৰাজা হলে তেওঁ খৃষ্টীয় দশম বা একাদশ শতাব্দীৰ ৰাজা হব আৰু সম্ভৱতঃ হেম সৰস্বতী পুৰুষোত্তম গজ-পতিৰ বহু শতাব্দী, আগৰ কবি হব। আন এক ঠাইত দুৰ্লভ নাৰায়ণৰ কাল এইদৰে নিৰূপিত হৱা পাইছে৷ :- •"The settlement of the Bhuya's in Assam is detailed in the Guru Charitia, in which work it is said that they were in- troduced by a king named Durlabh Narayan, who appears to have held sway in Goalpara and Kamrup, but whose lineage is still uncertain. This king engaged in war with a Hindu Prince, who called himself Gaureswar or "the ruler of Gaura." Durlabh was victorious and on the conclusion of hostilities, obtained seven families of Brahmans and seven of Kayasthas under twelve acknowledged heads, the chief of whom was a Kayastha. named Chandibar, alias Devidas. These people were settled by Durlabh Narayan in the country between Hajo and the Barnadi, and soon became powerful feudatories. The date assigned to their advent in Assam corresponds to the year 1220 A. D. Their leader Chandibar was the lineal ancestor of the celebrated Assamese, religious reformer Sankar Dev. " ৭ জীতাৰিৰ পাছত পুবলিক ৰাজা হয়। “এওঁৰ পাছত পদ্ম-না ৰায়ণ, চন্দ্ৰ-নাৰায়ণ মহেন্দ্ৰ-নাৰায়ণ, গজেন্দ্ৰ নাৰায়ণ, ৰাম-নাৰায়ণ, জয়-নাৰায়ণ, থোব-নাৰায়ণ আৰু ৰামচন্দ্ৰ প্ৰত্যেকে জেলা বছৰ ৰাজত্ব কৰনাৰায়ণ, নানা বুল, পিঠি। Physical & Political Geography of the Province of Assam (reprinted from the Administration report of Assam for 1892-3).