পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অষ-ফুৰী আনিলে; তেবেসে লিচোৱালব বড়ু আৰু পঠালে। প্ৰথমে অভয় লুঙ্গি পলাল তাৰ ময়কিয়া বোবক কাটি মুৰ আৰিৰ দিলে। উপৰি টেকেলা হাৰি চাউদাঙ দিলে; মহাৰা ফুকনক মায়ে তবে ধৰিব দিলে। পাচে ফুকনে ইয়াৰ পৰা চোৰ পঠালে, বোল কেনে সজাগেৰে বঙাল থাকে তঙ্কে আহগৈ। চোৰে বোলে পুৱতি নিশা বিনা জনে থাকে। ফুকনে বোলে তোৰ কথাত কেনেকৈ ভাৰ কৰিম। চোৰবছা গৈ ঘোড়াৰ ঠাইতে গৰু বান্ধি, ঘোড় লৈ আহিল। তাৰ ঘোড়া ঘাহিএ বোলে ঘোড়াৰ সিং গলি, বুলি শুলে; আকৌ চেতন পাই বলে চাহাব ঘোড়াৰ সিং গঞ্জিল। নষাৰে উঠি দেখে ঘোড়াৰ ঠাইত গৰু এটা; মটা লগাই চালে ঘোড়া নেদেখিলে! এখেত ঘোড়া দেখলেনি বঙ্গলৰ মুৰ কাটি আনি এটা। ইকথাত সঞ্জাত নাজাঞ। যদি ইস্লামখাৰ ধুঞা খোৱা আনি দিব পাৰ তেহে সাত জাও। পাছে চোৰ বছা আকৌ গল; নবাবৰ চাকৰৰ লগত ভিতৰ সোমাল; ৰাতি সেস মিস। সকলো সুলে; চোৰবছায়ে ধুঞা লগাই ধুঞাখোৱা চোৰকৈ লৈ আহি দেখালে। ফুকনে তাতে সজতি নগল। ফুকনৰ পুতেক অভয় পুৰিয়া ৰাজখোৱা আচিল চোৰৰছাৰ লগত; তে আহিল। তেৰে চোৰবস্থাৰ কথা একে আহিল। গল। তাত পাচে নাবে টংচু সন্দিকৈ, অভয় পুৰিয়া, সলগুৰিয়া, সকলে জুগুতি হৈ প্ৰভাতে নাৱে তৰে চাপি ধৰিলে। বঙালো সচকিত হৈ ভাগি পাল। আহোমে আৱে তৰে খেদি নি যাক পালে কাটিলে। কতত আহোমে নাৱেৰে খেদি গৈ ওচৰ পাই গৈ। বঙালো এড়াব নোৱাৰি, তাও, লাহফি, পামৰি, সলিহ এই সকল পানিত পেলাই এড়াই জাই; তাকে। আহোমে নধৰে কাটিব ভৰে। কোমোটে জদি জব খোঙ্গে, তাতে আগ হুই বঙাল পলাই জাই মাজুলি বালিত পড়িল। ইয়াৰ কুলি, সত্ৰাজিত, দুই এড়াই গন্ধ; আৰু সাতদিন আগে সাকিতেৰে দৰ কৰি মিল হলো গল।