পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

yo পুৰণি অসম-খুব গোৰাপ নাও সাত খন পড়িল। বাচক ডেৰকুৰি, একসও কড় হিলৈ; তবকি পাচসত। তৰোল তিনি সত, বৰ্ষা একত, জমদাৰ ৪৪, খন্না ৪০, আৱৰ কোকৰ গৰিটা; শৰু ১৫৫৮} এই মতে সমন্তে পলাই গল। সেই বেলা সেখা মিচাশ, চাৰিকুৰি বাচক মাৱেৰে শগৰি বাড়িত বহি আছে তাৰ পাইহে সত্ৰাজিত এড়া। লামাখৰু চেটিয়া পাণ্ডুত বড়ফুকন হৈ থাকিল। সমন্তে বৰু আবোৰে গৈ হাজোক বেঢ়ি গঢ় দিলে। ট পানমায় চেটিয়া; সন্দিকৈ গঢ় নহল মানে হাতি আগকৈ আছিল। হাজোৰ যুধ। পাচে বঙালে গঢ় বাজ হুই সমুখে ধুঞ্জ দিলে। পাহে ‘ইস্লাম নাবাবত কঁড় লাগিল; মুহুদি নবাব আগ হল। হাতিৰ কপালত গুলি লাগিল। হাতিয়ে উভতি পল; ঘোড়া পড়িল নটা। তেবে বঙ্গাল আপোৰ গঢ় ভঙ্গ হুই হিল। আহোমেও গঢ় দাঙি বঙালক বেঢ়ি ধৰিলেগৈ। বঙালেও ওই যুদ্ধ নেদি পাছেকাকুতি কৰি বাট মাগে। বোলে আমি তোমৰা ধৰ্ম্ম পথ চাৰি দিয়া। আমাৰ দেশক যাও; তথাপিতো বড়ফুকনে নেড়িলে মহাৰাজাত ভয়ে। এইমতে এক মাস গল। বঙালে খাব নাপাই গঢ়ৰ ভিতৰতে সুকাই মৰে। আমাৰ মানুহ কঁড়ৰ আগত চাউলৰ টুপলি মাৰি পঠাই; বঙালেও কঁড়ৰ আগত ৰুপৰ টুপলি মাৰি পঠাই; এইকথা মহাৰাজা সুনি দাই ধৰি পঠালে। বঙালে উট, বলধি মাৰি পালে। পাছে একো মতে নোৱাৰি মুহুদি গঢ় ওলাই ফুকনত কৃৰিলহি। পাচে আব্দুল ইস্লাম নবাব, মিামাকে, ফজুলগে; মিৰ্জা হুচল, চাবাজা, মহৎ যামসা, কৰ্মচান্দ এই সকলো আহি পৰিলহি। পাচে বড়ফুকনে সমস্তকে গচু গাঞলৈ দি পঠালে। আমিৰে বোলে মই পাচ্চাৰ চাকা, পাঙ্গাৰ লোণ কেনে হাৰাম কৰিম। এই ফুলি গঢ়ৰ ভিতৰে যুদ্ধ দি মলি; তাৰ লগৰ শোক সমস্তে যুদ্ধ কৰি 'যুদ্ধ এড়িলো; .