পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বু ১ ভোগ ৪৪; গ ১, ভোগ ৩; বিয়া ১, ভোগ ৪; আয়জ ১, গে ১৫; চক্ৰবৰ ১, ভোগ ৬; উদয়াদিত ১, ভোগ ৪; আল- ১, ভোগ। ভেবেয়ে পা চামগুৰিয়া ১, ভোগ ৩ পদ ১০ দিন। জু গগিয়া ১, ভোগ ২০ দিন; দিহিঙ্গিয়া ১, ভোগ ১; পৰ্বতীয়া ১, ভোগ ৩: চামগুৰিয়া লৰা ১, ভোগ ২; গদাধৰ সিংহ ১, ভোগ্ন ১৪; সিংহ ১, ভোগ ১৯; শিবসিংহ ১, ভোগ ৩০; প্ৰমত্ত সিংহ ১, বড় গোহাঞিৰ লেখাঃ- কানগন ১, কিংলুঙ্গ ১, মাঙ্গই ১, কামুং ১, খুনতান ১, খুনতং ১, তেওঁখুন ১, ধুনতাই ১, ফ্ৰাচু মুন ১, কিলিংখাম ১, তনখাম ১, জয়মুল ১, বেকা ১, খামচিন ১, খামপ্ৰেত ১, সৰুবুঢ়া বড় গোহাঞি। ১, ঠানুৱা ১, পিলিঙ্গা ১, চপৰা খোৱা ১, বাৰুকিয়া ১, চেঙ্গমুন ১, গুঞিমেলা ১, সেন ১, মাদুৰিয়াল বুঢ়া বড় গোহাঞি ১, পুতেক মোলান ১, পাচত কালুৰ্গয়া ১, মিৰি সন্দিকৈৰ বঙ্গ সক দেও ১, খামচে বড় গোহাঞি ১। বুঢ়াগোহাঞিৰ লেখ :-- ফুলুংখাম ১, খামপেজ ১, লাইকুলা ১, চেংমুন ১, চাউচা ১, ঙংৰাই ১, চয়ই খেক ১, লাচুিপৰা ১, চাউপেত ১, থকবক ১, সুকুল হE ১, সৰিয়হ ১, হাতিপোয়ালি ১, কুয়েগঞ১, বুঢ়াগোহাঞি। বাঁহগঢ়িয়া ১, দিলিহাল দিঘলা ১; মৌউ ১, লংকু কিয়া দৰব পৰা ১, ফুকন বুঢ়া গোহাঞি ১, দিলিহাল আধুয়া ১, বায় লুজিয়া ১, পুতেক ১, মাউতৰ পৰা চেংগুন ১।