পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় পাত্ৰ লেখা কনচে ১, পুতেক কনজাং ১, বলিয়া ১, ওজোয় ১, নাস্তিক লাইক, চেৰেলিয়া ১, ভগা , লেচেঙ্গিয়া ১, মন বড়পাত্ৰ গোহাঞি। পাতৰ ১, হাড়িচং পাতৰ ১, চপাবড়পাতৰ ১, টেমা ১, লাচাম ১, আচুক ১, লইকং ১, তেঞোৰ পুতেক ১, কালুগঞ১। বৰবৰুৱা। বড়বড়ুৰ লেখাঃ- হাচুক ১, লাইমান ১, লেঞ্চেৰা ১, বন ১, মমাইতামুলি ১, মৰান বড়পাতৰৰ পুতেক ১, হাতিপোয়ালি ১, বুড়া ঘোৰা কোঞৰ ১, টংচু সন্দিকৈ ১, ডেকা ঘোড়া কোৰ পেলন ফুকন ১, জেৰে ১, কিকিবিয়া ১, মেচা ১, চক্ৰপানি ১, মতি ১, পানিদিহিঙ্গিয়া ১, লাহন ১, ডেকা বড়ুয়া ১, পাতৰ ১, সন্দিকৈ বৰাগি ১, দদায়েক বুঢ়াবড়বড়ুয়া ১, বকতিয়াল চোলাধৰা ১, পুতেক গেলো। বড় ফুকনৰ লেখা :- লাঙি ১৪, নেওগ ২, লানমখৰু ৮, সৰু চখুয়া বড়গোহাঞ্জি ১, অমই তামলি ১৫, পিকচাই ১, ৰজা সৰ ৭, ঘোড়া কোৰ ২, বাৰুকিয়া বড়গোহাঞি ১, গেলো তো বৰ ফুকন। ৪ মাহ, ঘোড়াৰ্কোৰ ১, লাচিত ৭ সোল , ভাতধৰা ১, কন্দ ৬, চান্দিক ১৪, বড়দুৱৰা ৫, দিহিঙ্গিয়া বড় বুড়া ১, পাত ১১ বংসৰ ৬ মাহ, সৰুদুৱৰা ১২, দিহিজিয়া ভেবো ৯, ভেঙ্কা দুৱৰা ১{