পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পা ফাক খৰিবলৈ বাসেতে বাটত ভঞ্চায়ে দগ দি বিকৰ মানুহ কাটিলে; সৰ্শিয়াল বাৰে চিখী পড়িল। পাছে বড় পাত্ৰকে, ভৰি গোহাঞিকে তুইকি আহিব দিলে। ১৫৩৬ সকল জেঠত হিৰ্বেগকে, চুলতান দেৱানকে, কামৰূপত খৈ, পৰিক্ষিত মকৰমখায়ে ধৰি নিলে দিল্পিলৈ। সেই বেলা জয়স্তাৰ ধনমানিক ৰা, ডিমৰুৱাৰ প্ৰভাষক পৰিনি বলি কৰি থলেনি; সেইবেলা কচাৰিষ সনান বাজায়ে জয়ন্তাৰ ধনমানিক বজালৈ ডিমৰুয়াৰ প্ৰভাকৰক খুজি পঠালে। কছাৰিয়ে জয়ন্ত বোলে মোক হাৰামখোব ডিমৰু তাক দি পঠাওক। মাৰে। জয়ন্তাৰ ধনমানিক বাজাএ বোলে বীপ্ত দিন মোৰ গাতি মাটি খাই আছে; এখন মোৰ কৰকাতল পাব লাগে। মঞি দিব নোৱাৰে। এই কথা কছাৰি ৰজা সুনি খং কৰি জয়ন্তাৰে কুদ্ধ কৰি, জয়ন্তিপুৰ মাৰিলে। ডেবেৰায় এক দিকিয়া, মোয়ামেৰিয়া ভকতৰে আলচি মধ্বজ সিংহ বজাত গোচৰ দিলে বোলে;গুচাই চাৰিঙ্গিয়া ৰজাক ৰজাপাতিব খুজিছে বুলি মিচা সাখি দি বাৰুকিয়া বড় গগাহাঞিক ঘৰতে মাৰিলে। এই নাৰ দিনৰ পৰাহে ওঁলাতে, সেমাত দৰনি কোবাব নিবন্ধ হল। মহাৰাজাৰ নামৰ কে। --চুকাফাৰ ১, ভোগ ৪৪; তেঞেৰি পুত্ৰ চুতৌফা ৰাজা হল ১, ভোগ ৩২ বৎসৰ; তেঞেৰি পুত্ৰ চুবিনা ৰজা হল। ভোগ ৩৮ বৎসৰ ১; অব ৫ বৎসৰ আচিত। পাছত চুতেয়াই ৰা হল, ভোগ ১৩ বৎসৰ ১; চাউকামখে ভোগ ১০ বৎসৰ ১; তিনি বল অজ্য। পাচত চাউচ ৰজা হল, ভোগ ১০ বৎসৰ ১; তোৰ পুঞ্জ চুজাং ৰাজা হল, ভোগ ৬ কসৰ ১; চুফ ভোগ ১৮ বৎসৰ ১, চুচেনৰ ভোগ ২৭ বৎসৰ ১; তেওৰ পুত্ৰ চুহানা, লোগ ৬ ঘৰ ১; তেঞোৰ পুত্ৰ চুল্লিঙ্গৰ ভোগ ৪ বৎসৰ ১; চুক আঙ্কা ১, ভোগ ৪৮; তেৰে পুত্ৰ গৰগঞা ভোগ ১৩; শোৰা ১, ভোগ ৫৮; বাঙ্গাৰ নাম।