পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিবোৰেয়ো এহাজাৰ ঠাঠেৰে অনেক সন্তাৰ লৈ গল। পাছে গৌৰেৰে অপূৰ্ব সন্দেহ দেখি, ভাল লোকৰ মুখে শোখালে বোলে কেমেৰাজাৰ দূত আহিছে বা কি নিমিত্তে। গৌড়েশ্বৰৰ লগত আৰু যে সুমিহে একলাখ হাজাৰ ঠাঠেৰে মিত্ৰতা। নাৱেৰে আহিছে তেওঁ বা কোন আহিছে বা কি কাৰণে আকে ক। পাচে দুই চেটিয়া বলে, স্বৰ্গমহাৰাজাৰ সাহসৰ পথত নগৰ। তাতে থাকি পাচিছে এক পুত্ৰক চাৰি কুৰি হাজাৰ ঠাঠেৰে পূৰ্বৰ দেশলৈ। এক পুক সাঠি হাজাৰ ঠাঠ দি জয়ন্তা, মগলু, ত্ৰিপুৰা, এই সকল মাৰি বস কৰিবলৈ পাচিছে। দক্ষিনলৈ চাৰি কুৰি হাজাৰ ঠাঠ নগৰ ৰক্ষা কৰি থৈ, একলাখ হাজাৰ ঠাঠেৰে আহি কৰতিয়া গঙ্গাত বহিছেহি। এতেকে আমি দুইক পঠাই এই খান বুলি আহিছে, মঞি শুনিচো, গৌৰেশ্বৰ ডাঙ্গৰ ৰাজা। আমিএৰে যুদ্ধকে কৰেনে নে মিত্ৰৱতি হই। পাছে গোৰেশ্বৰে বিসা কৰি বুলিলে বোলে শাস্ত্ৰ মুখে নিচে প্ৰথমে পৃতি গোটহে শ্ৰেৱষ। জদি পৃতি নৰহে তেবেহে যুদ্ধ কৰিবাক লাগে। স্বৰ্গমহাৰাজানো কোন পৃতিক বাঞ্চা কৰে। পাছে দুই চেটিয়া বলে আগে জি মহাৰাজাৰ ইৰ সন্দেৰ পত্ৰ দি আহিয়ে কথা ৰজনী কুমাৰী। বাৰ্তা দিয়াছে, তাকে আমি আসই নাপাই হে মকৈচো। কিন্তু আমাৰ ৰ কন্যাৰ ৰ্থে হে বচন বুলি আহিছে। পায়ে গোৰেশ্বৰে নি কন্যা হলে জতে তুতে দিবকেহে লাগে। বিসেগত সোমাৰেশ্বৰ মহালাক যদি মই জোখাই পাঞ তবে আতপৰে ডাঙ্গৰ কি আছে। এই বুলি মহাপাত্ৰক আজ্ঞা কশিলে। মহাপাত্ৰময় অনেক বস্তু সন্তাৰ হপ্তি ঘোড়া ভাল মানুহ লগত তেক দি ৰাজাৰ গিয়েকক আনি স্বৰ্গমহাৰাজাৰ ঠাই যোগ- লেনি। কন্যাৰ নাউ খানি মৰি। কন্যাৰ লগত গৌতক দিয়া মানুহৰ লেখাঃ-সেৰপুৰ, পাতিলা গুহ, এবাৰে সেন্দুৰ,