পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফাম, বাহিৰ বন্ধ, এই পাঞ্চ খান দিলে। বিশেষত স্বৰ্গ মহাৰাজাৰ ৰাজ্যত ই নাই। কমতেশ্বৰৰ মিত্ৰৰ কাৰনে হে সহায় দুই গৈছিল। সেই সময় কমতেশ্বৰে দিলে এক কন্যা। োেহা কৰতোয়া গঙ্গাৰ কোখত দৌল বান্ধি বি সিহ। পুখুৰি খানি আহিলত বিশ্বসিংহ ৰাজাৰ নাম শুনি সসৈন্যে খেদি গল। পাছে ৰাজা সুবৰ্ণ এক চক, ৰুপ এক চৰ লৈ বৰিল। সেই সময়ত বড়গোহাঞি প্ৰমুক্ষ্যে সকোয়ে বোলে গৌৰেৰে কন্যাৰ লগত পাঞ্চ গ্ৰাম কামৰূপ সহিতে জৌতক দিছে। তুমি জাতে আমাত বৰিলা, আমিয়ে তোমাক এই ঠাইতে বিশ্বসিং নাম দি থাপিলো। কুনমিলেৰে বটা দি থোলে স্বৰ্গমহাৰাজাৰ ঠাইলৈ উপায়ন দ্ৰব্য দি থাকিবা, এই বুলি আহিল। আত পাছে গমগঞ। বাজা গৌৰ কমতেক জিনি দুই কন্যা লৈ দিইঙ্গিীয়া ৰজাক আহিল। সেই দুয়ো কন্যাক বাপেক দিহিঙ্গীয়া পুতেকে মৰালে। বাজা আপুনি কুঞৰি পাতি ৰাখিলে। আৰু সোনাষিৰ জীয়েক কুঞৰিক দেৱতা কোলা লৈ আছে। গবগঞ। বা। দেখি খঙ্গ কৰি উটি আহি বোলে, বন্দিৰ জিয়েহে সেৱা কৰিব লাগিল। মঞি কি ৰাজা নাম ললল। এই বুলি অসন্তোস কৰি বোলে গৌৰ কমতেশ্বৰৰ দুই কন্যা জিনি আনিলো তাকে বাখিলে। এই ধুলি দুখ কৰি বোলে পীত্ব হল কি হুল; জেন খুচি মাৰিবা। তেৰ লগত লেহেতিয়া লিগিৰা আহিল। সী বদলে মোক আজ্ঞা কৰেহতে, খুচি মাৰিব পাৰো। পাছে ৰাজা বলে পাৰ জে উপায়কৈ মাৰ। পাছে সি ভ্ৰীৰ বেৰ ধৰি পাৰাইৰ লগত ৰাতৃ সোমাই চুঙ্গতে জাঠি ভৰাই নি দিহিলিয়া ৰজাক খুচি মাৰিলে। সেই কথা গৰগঞ। বজ মুনি বোলে মই অসন্তোষতে বুলিলে॥ সি মাৰিব পায় নিকি? সক ১৪৬৫, এই সকত গড়গ এ বাজা হই বোল লে হতিয়াৰ 8