পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যষ্ঠ অধ্যায়। হিন্দু প্ৰভাৱৰ সুত্ৰপাত। আত পাহে, বৈশাখ মাসত পিহিঙ্গিয়া মহাৰাজাৰ দিনত তুবক আহিল। হাতি ২টা, ঘোড়া ১৩৯০ এইএৰে টেমনিত ধৰিলেহি। ৰজাও ই কথা সুনি চাউচিনে চাচিকে টুকৰ লগত মুগ। দুইকো পাচিলে। পাচে গৰগঞা ৰজাক, ফ্ৰাচেঙ্গ- মুনক, মউলা দেওধাইক, তহতে তিনিও এঠাই হৈ চাইছে জাবি। এই বোবেয়ে। এঠাই হৈ কুকুৰা ঠেঙ্গ পাতিলে। দোয়ে বোলে আমি গট পাৰ হৈ ধৰা যদি আমি হাৰিম। গঢ় পাৰ হৈ যদি সি ধৰে আমি জিকিম। ফ্ৰাচেঙ্গমুন গগাহাঞি বালৈ আহোতে গাভৰুত কাপৰ খুজিলে। গাভৰু বোলে দিন সামাণ্য হৈছে; কাপৰ দিব নোৱাৰে; কাপৰৰ লক্ষন সুনা; মা নিসা বাতি কপাহ নেয়োঠিব। পাজি কৰিব, সুতাও কাটিব। কাপৰে। বৰ, বাতি নৌপুয়াওঁতে কাপৰে ওলাব। সেই কালৰ আহোম শাস্ত্ৰ নিয়মে বালৈ ভাল। সেই কাপৰ সোহাএি বণলৈ জাওঁতে পিন্ধিবলৈ নেপালে। গাভ এও আহোতে বাধিলে; বাধা নুশুনি আহিল। পাছে সিহতে দিনে দিনে ঘোড় মেলি আমাৰ মানুহ দুনই পালেহি। পাছে গৰগঞ। ৰজা অ'নো সকলে সহিতে গঢ় পাৰ হৈ দেখোইৰ কথা মুশুনি তাক কচুয়াচিলৈকে খেদি নিলে। পাছে তুবক গঢ়ৰ পৰা ওলাই ধৰিলেহি। আমাৰ মানুহক খেদি শি কপিলি গঙ্গাত পেলালে নি। গড়গঞ। যজাত গাৰৰ কাণ্ড লাগিল, ঘোড়ায়ো পৰিল। ফ্ৰাচেঙ্গমুন থাউং ক্লিং খাম বিংচা” মানুহ দুমুহ বিস্তৰ পড়িল। গড়গঞ। ৰজাক দুৱৰা ফুকনৰ বস ভাঙ্গৰ পানিয়ে কানতকৈ আনিলে। পাছে শভিএ ৰণত ফ্ৰাচেঙ্গমুন পড়িষৰ শুনি খেদি আহি ৰ