পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অল-বুৰঞ্জী এতক চোৰিত এৰি দিশে। হমলক গাউসুলন্তকালে ভৰিত থাকিৰ দিলে। বোলে দি পায় ফালে ৰা আহে ক্লিংখামে, হলে তহত দুয়ো খেম কৰিবি। থাউমুজতকৰ ফালে যদি আহে, তেওঁ তহতে ধেম কৰিবি। সেই সময়তে বঙ্গালৰ খুনাঙ্গে মিত মানিককে উজিকে ঘোড়া ১০০০, মানুহ ১০০,০০০ সি পঠাই দিলে। সিহতে নাতে তৰে আহিল। পিছে আমাৰ ক্লিংখামক ধৰিলেহি উজিৰে। মিত মিত মাণিক। মাণিকে ঘোড়া মেলি পাতৰৰ মাজৰ কোঠত ধৰিলেহি। পাছে প্লাইলুনি হাতিত উঠি পাতৰেও তাক ধৰিলেগৈ। পাচে কটাকটি লাগিল। প্লাই চিল্প হাতিৰ লেজকা, নিসেফ কাটিলে; ক্লিংখাম উঠিল প্লাইলুৰিন হাতিত। থাউযুবিচাং উঠিল প্লাইকাই হাতিত। পাছে এই দুয়ে খেদি গৈ ধৰিলে, পাছে মিত মানিক পড়িল, উৰু ভাগিল। চিলুঙ্গকে আনো সকলে সৈতে খাগৰি জনলৈকে খেদি মিলে। ইবোৰ উলটি আহিল। তাৰ বোড় পালে মৰা এড়ি জিয়াএ, ১০০ হিলৈ পালে। আনো বস্তু জতে জি পালে এ চিলুঙ্গকে, থাউক্লিংখামকে, থাউমুনবিচাঙ্গকে ৰজা মাতি পঠালে। সিবোৰেও জি ঘোড়া পঞ্চাহ ৫, আনো বস্তু জতে পালে, সকলে লই ৰজা সেৱা কৰিলেহি। ৰজা চিলুক পাচনি কুৰি এজনি দিলে। বিচাঙ্গকে ক্লিংখামকে কুনমুন কুনুধাৰে বঁটা দিলে। আনো সকলকো লিখন কৰিলে। হনক খেম নকৰা দাই ধৰি ভাঙ্গিলে, ফৰ কাঠি কাঢ়ি লৈ ঘৰলৈ খোলে। তাত পাহে লাল্লি আইভিং সকৃত চিলুক টেমণিত গঢ় বান্ধিৰ দিলে গৈ।