সমললৈ যাওক

পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেৱতাৰু সেৱা কৰিলেহি আৰু এইখান বুলিলেহি; ফল ১০০ তাও কাপৰ ৫০০, উকা কাপ ৫৫০, নাকৈ ১০০০, লোৱাল ১০ সাঙ্গি এইখনি বৎসৰি দি সেৱা কৰিম। মহাজাৰ সোৰ আঙ্গুঠি এটি দি এই খনি বুলিলে বোলে এই আঙ্গঠি সিহজ নহয়গৈ মানে মোলৈ মন্দ নিচিন্তিৰি বুলি তাক দিলে। টঙ্গিয়ে সৈতে হাতি ১টা দিলে। জিমে সৈতে ঘোড় ২ দিলে হোন ১ খন। তাৰ লগত অহা বহবাখুনতাৰক দিলে ঘোড়া ১টা, ৰ পয়া দা ১খন, হিলৈ ১টা দি এইখন বুলিলে বোলে তোৰ সোনৰ ভণ্ড খাট টা হাতি আৰু মগলুৰ ৩টা জিয়ৰি আছে, তাকে দিবী। বড় কুঞৰিক তোলৈ ধৰি, পাচে তাৰ লগত আমাৰ মানুহ ৪০ দি বিদায় দিলে। ইয়াক ইটা গত লৈ আহগৈ। আৰু পাচে এ এই খন বুলিলে, খুন বাৰৈ জে পলাশ তাক ধৰি দিবি। সি বেলে ভাল পালে তাক ধৰি দিম। পাচে ৰাজা ৰাথুক বটা দিলে। পাছে কচাৰিৰ পালে যোৰা ৫০টা, হাতি ১টা। ৰজা তৈৰ পৰা আহি লুইত পালেহি। পাছে তাৰ পৰা পাতৰকে, চিন সন্দিকৈকে বোলে শোক আগ ভেটি ধৰগৈ। হনক যাব দিলে নাহৰলৈ। থাউংতক মৰজিৰ পৰা বুৰৈত খুনখাটে। থাকিব দিলেগৈ। পাচে এ গৰ্গ জাৰে, চাৰিঙ্গিয়া ৰজাৰে, ফ্ৰাচেন মুনেৰে আলচ কৰি আপোনা ৰাজ্যলৈ আহিল। পাছে খুনখাকৈ পালে। পাচে উজিতে টেমণি সিবোক ধৰিলেহি। পাছে বক্স বানৰ পড়িল। পাছে আমাৰবোৰে ধৰি নিলত উজিৰো পলাল। পাহে তাৰ নাও গুলি পালে, তাৰ পৰা উলটি আহিল। পাতৰে কুঞৰি পাৰত বড় গবান্ধি ৰলহি। তাৰ জি নাহৰত দেওঘৰ আছিল, তাৰে সোনৰ পিড়া দণ্ড, ৰুপৰ পণ্ড সকলো মিলি ৪৮৬ পৰ হাৰ পালে। মাখুশি হাতি ১ জনি এই সকলকো হলে আনি জোগালেনি। ভাত পাকে বাউল্লি খাম খণৰ সাজে চালাইতে থাকি, দিলেগৈ।