পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শি অপু তোমাৰ আপোনাৰ ঘৰৰ লৰা লুৰি বন্দিষেটি মাতৰ নিয়া। এই কথা শুনি ফ্ৰাচেজমুন আহিল; সেই লগত ৰুপ সন্দিকৈ আহিল। দুয়ো ৰজা সেৱা কৰিলেহি। পাচে ৰজা ফ্ৰাচেঙ্গমুনক বুলিলে, তঞি লৰাক সিধায় বুজাই থাকগৈ। পাচে প সন্দিকৈও জা সেৱা কৰি সদিয়ালৈ গল। ইবোৰেও গৈ থাকিল গৈ। পাচে সেই গঢ়ত কচাৰি ৰজাৰ ভায়েক ভেডচা এ ধৰিলে; পাচে আমাৰ বোষেও তাক ধৰিলেগৈ। পাচে ডেটচাক চাৰিং বজাৰ বন্দি খাৰি দৰে কাটিলে। পাছে এ থাউমুংতক মৰঙ্গি কছাৰীৰ ৰণ। গঢ়ত থাকিব দিলে। সকল বড়াড়ক সৈতে ৰামতি মাএ দি উজাই আহি তিজাং মুখত ৰলহি গট বান্ধি। সিয়ো আহিছিল; লং লাপেতত তিজাং এ উজাই; এক ফৈদ মানুহে তাক ভেটিলেগৈ। পাচে সিও আগভেটীৰ দৈখি আমাৰ সেই জোয়া মানুহৰ ঘৰ পুৰি পলাল। পাছে বাতি আহিলত সকলকে এ বুলিলে। সি জে ঘৰত জুই লগাই পাল তহতে পাচে পাচে খেদি জা তে পা তঁতে ধৰগে খেদি। পাচে আমাৰ বোৰেও খেদিগৈ সিতলনেঘেৰিত পালেগৈ। পাচে কচাৰিৰ ডেকাৰজা গঢ় বান্ধি ৰলগৈ। পাচে আমাৰ ৰজাৰ পুতেক গৰগঞ। কে, ঢাৰিং ৰজাকে, চিতঙ্গকে এ পাচিলে তহঁতে কচাবিক ধৰ গৈ। হনুলকে, ক্লিংখামকে সিহতৰ পাচতে সেহাতে যাব দিলে। পাচে ইবোৰ গৈ ধলিত সিহঁত ভাগি গৈ ইটা গঢ়ত ৰলগৈ। বেলদাৰ দুটা পালে। আমাৰ বোৰেও ইটা গত ধৰিলে গৈ। পাচে সি তৰ পৰাও ভাগি মাহৰলৈ গল, আমাৰ বোৰেও মণি পথাৰত ৰলগে। আমাৰ দেৱতাৰ এখেলৈ মানুহ এটিত কৈ ৰুপ ২০০ দি পাচ্ছিলে; মোৰ পুথও পুলিনৰ ৰাজ্য খোৰাএ বলকৈ খাই সন্ধিৰ প্ৰস্তাব; ছিল। বোলে মোৰ ভনিকো দিম। মওঁ ক সেৱা কৰিমগৈ। পাচে দেৱতায়ে বুলিলে বোলে ভমিয়েককো দিব, কাপ ২০••, কি মি ১টা। এই কথা সুনি, কচাৰি বজায়ে আমাৰ