পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 এই ফলা সিযোৰে বালৈ অনালে। লাও লাশে পাচলিত কৰি এই খান বুলি গল; বদলে তাৰ যি সোনৰ উও, খাট, মেকুৰি আহে, আৰু মোলৈ দি হক; ৰপৰ ভণ্ড, খাট, মেকুৰি জি আছে, তাকে বাধোক। সি আৰু বড় কুঞৰিকে মাকুন্দি হাতিকে মোশ্য কৰি বড়হাটে দি হাতি ১০ট। দি আহোক। পাছে চুটিয়া বজায়ে শুনি এইখান বুলিলে বোলে ভাল; কুঞৰিকো। মাখুন্দি হাতিকো আৰু যি ১০টা. হাতি খুজিছে তাকো মই দিম; শোনৰ ভণ্ড, খাট, জি খুজিচে সি মোৰ বুপা ককাৰ কালৰ সৰ্ব, তাক মই দিব নোৱাৰে। নকৈ গঢ়াই হে দিব পাৰে, যদি মোক এক মাই মানলৈ দিন দিয়ে। পাচে কটকিত কৰি দি পঠা খাউমুনাচুঙ্গলৈ, সোনৰ পাপৰ চিকন ঝাপি এটা, সোনৰ খাৰু এজোৰ, সোনোয়ালি পয়জাৰ এঙ্গো, হাতি ২টা, পাট ২ খান। কিলুঙ্গলৈ সোনৰ খাৰু এজোৰ, ঘোড়া ২টা, হাতি ২টা, পাটি ২ খান। কিলঙ্গলৈ জি পাটি দিলে তাৰে ভিতৰত, ৰণক মনে, চুৰি বুলিয়ো কয়। কটাৰি খান দি হিছিল। এই কথা ডাবিয়া বোৰ ৰজালৈ জনালে। বঙ্গাও থাউযুনাং চুক, চুটিয়াৰ পতন। চাউচিন কিলুঙ্গ, থাউমুনচে, থাউমুনকেখন, চাউচিঙ্গনে, এই ৫টাৰে ৰূজা আলচ কৰি, নাওদুনি পাচি জাও কলা ঘোড়াত উঠি এই সকলে সহিতে বাম বাটেদি চুটিয়াৰ বড়নগৰ ললেগৈ। পাচে চুটিয়া ৰা ভাগিল, চাউচিক অঙ্গনে পাচে পাচে খেদি নিলে; আনো সকলে পাচতে খেদি গল; চুটিয়া ৰজাও পলাই গল। ই বথঙ্গাচল পৰ্বতত উঠিগগৈ, মহাৰাজাও তাৰ নগৰৰ সঞ্জিত থাকিল। বড়াড়ক সকলে পতিত ধৰিলেগৈ। চুটিয়াৰ মানুহ বিস্ত পড়িল। পাচে বলে নোয়াৰি চগিৰি পৰতত ঠিলগৈ। আমাৰ লোকে চন্দ্ৰগিৰি পতিত উঠি খোঙ্গোতে চুটিয়ে আমাৰ মানুহ কিছু কাটিলে। মানুহ পড়িব দেখি আমাৰ