পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাসুহ হুহকি আহিল। আশাৰ বড়ুয়া প্ৰচঙ্গ ৰেখৰ ধৰি নিলে। তাক মিবৰ দেখি সকলে আলচ কৰি থাউমুনাংচুক, আউক্লিন খাং এই দুই গল; বড় বাটে পাউমুনচেন গল। বাম ফালে থাউমুন কেখন গল। সেফালে ইবোৰ জাবৰ দেখি আমাৰ জি চুচেঙ্গ সইকিয়া আচিল, পৰ্বতৰ কোখত সেই গচৰ আগত উঠি চালে, চুটিয়া দেখে তাৰ লগত মানুহ তাকৰ; পাচে চুচেঙ্গ সইকিয়ায়ে ডেৰকুড়ি মানুহেৰে উঠিল গৈ; তাৰে বড়দুয়াৰ পালেগৈ। চুটিএ কঁড়াই, খুচি আমাৰ মানুহ দুই চাৰি মাৰিলে। মানুহ পড়িবৰ দেখি জংমুখং হতি বড়ুয়া মানুহ কিছু লৈ পৰ্বতত উঠি কলগৈ; পাচে আমাৰ বোৰ গৈ চুটিয়াক কঁড়াব ধৰিলে; পাচে চুটিয়া ৰণ এড়ি পলাল। তেনেতে গুংমুখং হাতি বড়ুয়াএ চুটিয়াক খুচি বগৰায় পেলালে। পুতেককো কাটিলে। তাৰ কুৰি কতোবোৰ কাটিলে। কতোবোৰক আনিলে। চুটিয়া ৰজাৰ যুবকো, সোনাৰ ভণ্ড খাটকো বড়বড়ুক সকলে স্বৰ্গ মহাজ জোগাই সেৱা কৰিলে। পাচে চাউচিক বজনে কলত, ৰাজা বোলে থাউমুনাচু থাউ চিং, কিলুং এই সকলেৰে আচ কৰি এই ৰাজখন যে মৰাহল ইহাক নাখালে কিয় ভাল হব। এইবুলি থাউমুন ফ্ৰাচেঙ্গমুন বড়গোহাঞিক মানুহ, হাতি, ঘোড়া দি সদিয়াত বড় গোহাঞি পাতি থলে। চুটিয়া ৰজাৰ বাপেক পুতেকৰ মূখ দেওঘৰৰ ওচৰত ভয় কৰিলে। নাকলিক ফাঁচে। কাপচয় সকত ৰজাৰ পুতেককে, চেজকে জা পাচিলে, তহত সৰ্দিয়'লৈ যা সেইলগত হনলকে পাচিলে বলে কচেমুমত কথা ওলগাই কৰি গৈ, আহিব দিবি। পাচে ইৰোৰ গত ৰুপ সন্দিকৈয়ে আগে দুঞ্জনা গোহাঞিৰু সেৱা কৰিলেহি। আগবাঢ়ি দুয়া মুখ পাৰত গৈ, পাচে ফ্ৰাচোমুন গগাহাঞি আহিল, তেন্ডিয়া হলে ৰজাৰ কথা কলে বোলে এ দেও তোমাক মাতিছে। তুমি এখেৰ খাৰ আনুহ দুই শিৰিৰ;