পুণি আস-সুৰী গুঞাৰ ঘৰ যি বৰ্গণেৰে বাঁহাড়ি পাতি এক ভায়েক সোশাৰি নৈত পাতিলে, এক ভায়েকৰ পৰতত পাতিলে, এক ভায়েক খলিয়া বুলিছিল। এই ঘৰে তিনি ঘৰ হল। যেতিয়া স্বৰ্গদেৱে কছাৰী মৰজিৰ পৰা খেদালে, তেতিয়া দেবতায়ে মানুহ দুমুহ দি চামক নি তাক টুপাক নাম দি মৰঙ্গি অধিকাৰ পাতিলে। সেই সময়ৰ পৰাহে এই বৰু বাড়িয়া বাঁহবড়িয়া চেটিয়া বোলে। ই পূৰ্বৰ ৰটা মাৰি অনা চেটিয়া। কলিতা। আৰু পুৰ্বে ফ্ৰাচেংমুন বড় গোহাঞি যেতিয়া মহঙ্গিয়া নগাৰ গাঞো মাৰে গৈ তাৰে নগাৰ খুনৱৰ লৰা এটি লৈ আহিল। পাচে ফ্ৰাচেং মুন বড় গোহাঞি দায়েক নাচুং অপুত্ৰক দেখি সেই নগাৰ লৰাটিকে তুলি লব লৈ দিলে। তাৰ নাম দিলে চাউনাপাম। এতিয়াও মঠাডাঙ্গত চাইনাপাম ফৈদীয়া সিহঁতকে বোলে। আৰু নাঙ্গচুঙ্গে গৰ্ভেৰে সৈতে আহোমৰ তিৰোতা এটা আনিলে। তাইৰে লৰা এটি হল। সেই লৰাৰ নাম থলে চলিহা। ইয়াৰে সন্ততি যি বাঢ়িছে সিহঁতকে মঠা ডাঙ্গত চালহা সন্দিকৈ। চলিহা সন্দিকৈ বোলে। আৰু চাউৰু যাক বোলে সিও তোলণীয়। নগাৰ। আৰু নেওগ যাক বোলে ইয়ো আহোমৰ তোলনীয়া লৰা মাতঙ্গীয়া। নাংচুঙ্গৰ বাহৰ আটাইবোৰ এনে বিধৰ হে। নাঙ্গচুঙ্গ অপুত্ৰক আছিল। পূৰ্বে বুঢ়া ৰজাদেৱে কোবালি কালত বেউতি গাওঁত আহোতে ৰেউতি গঞা মাউত শোহাঞিৰ বন্দী ফল কোছ, লাঙ্গি বড় জনা গোহাঞিৰ লগত মাছ পন্থ মাৰি ফুৰিছিল। ই মাউত গোহাঞিৰ লগত থাকোতে, হাতীৰ ধইধাৰণ সকলো জানে। বড় জনা গোহাঞি দেৱে বেথাৰু লগত লৈ ফুৰাইছিল। আৰু বেউতি গাওঁৰ টালি উয়াৰ এই ঘৰৰ মহং খোৱাৰ বশী, ভাগ সলাই ৰেউতি গঞা আহোমৰ লগত সোমাই থাকিল। বাঘৰ এই ঘৰৰ গোহাঞি পৰিয়াৰ বন্দী। পাচে লাঞ্জি বড় না গোহাঞি দেৱ ৰজা হই এই ভিৰি পৰু ন্দী নাম গুমাই
পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪৮
অৱয়ব