পুৰণি অসম-বুৰঞ্জী চনুয়া কৈ লগত গলেনি। পাচে ঐফল কোহক হাতীৰ আকাও পাই হেন গনি হাতীৰ টেকেলাকৈ দিলে, হাতীও এটা দিলে। একদিনা হাত ফুৰাঞোতে ঐফল কোছে মাউত গোহাঞিৰু লগ পাই বোলে দেওএ কলৈ খায়; এখান তামোল খাই যাক। পাচে মাউত গোহা বোলে তঞি মোৰ হাতৰ গুছিৰৰ কেই দিন হৈছে, তই মোৰ বন্দী, মোক তামোল যাচিব পানে কি। এই বুলি ফল কোক বহুত কৈ শপিলে। তাৰ সেই কথা মনত থাকিল। পাচে চাৰি মাহৰ পাচত অইখামভাং খাতত হাতী ফুঞাতে বাটত মাউত গোহাঞিক লগ পাই বলে দেৱৰ আগত বিশ্বাস কথা এটি কব লাগিছে দেৱে ৰব। এই বুলি তেঞো ওচৰলৈ হাতী নিখোচাই মাউত গোহাঞিক মলে আগৰ কথাকে লই। আৰু তনখাম বড়গোহাঞিৰ এক হেজাৰ বন্দী আহিল। বড় গোহাঞিৰ দুই পুতেক আছিল নাম— হলপাম বড় গোহা ঞিৰ পুত্ৰ। লাবান ১, চনমুন ১, লাচিত ১, বেকা ১, নান খুন্দা ১, লাউ ১, এই দুই পুতেকৰ লাবনকে চনমুনকে মোঘৰত পাতিলে। লাচিতক মেটেকাত পাতিলে। বেকাক ভিতৰ ডিমৌত পাতিলে। খুন্দাক বাঙ্গ ডিমৌত পাতিলে। লাউক পৰ্বতত পাতিলে। লাবানক, সৰু পুতেক লাউক বড় গোহা কেঁকোৰা দোলাত তুলি লৈ ফুৰাইছিল। পাচে তনখাম বড় গোহাঞি মৃত্যু হলত কতদিন থাকি বড় গোহাঞিৰ বন্দী হাজাৰক মহাৰাজা আনি কঁড়িকে আলি তলিত পাতিলে, নাম দিলে ধলিয়া হাজাৰ। ফুল বকুৱা। তাকে তিনি কুডি মানুহ ফালি মি খোকোৰাৰ ফুল বাড়ী চোৱাকৈ দিলে। তাৰে ভিতৰৰ গুটিমালিক মূৰকে দিলে। কতদিন থাকি মহাৰাজা গুটিমালিৰ আহ পাই ফুল বড় নাম দিলে। স্কুলত এই খ Wণ। আৰু
পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪৯
অৱয়ব