পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২। দিন চৈয়শা হাবিত পাতিলেৰি। এই সাংবাৰ পুতেক অপুত্ৰক অছিল। পাচে বিহীমিয়া আহৰ লৰা আটি তুলিলে। তাৰ সস্ততি বিন্ত হল। সেই বোৰকো বড় গোহাঞিৰ বঙ্গহ বুলি মাতিছিল। কতদিন থাকি বুড়া বঙ্গদেৱৰ দিনত বড় গোহাঞিৰ বুঢ়া গোহাঞিৰ বঙ্গহক বিচাৰ কৰি যিবোৰৰ বীৰ্য্য বেয়া পালে, সেইবোক বিলৈগুটি কৰিলে। আৰু লাইনাংকৰ পুতেকে ভোলা দিহীঙ্গিয়া আমৰ লৰাৰ পৰা যি বাঢ়িছিল মানে মৈনিয়া সন্দিকৈ। সেইবোবক গোহাঞি নাম গুছাই দিহীজিয়া আহমৰ লগত দিলে। সিহঁতে দিহীঙ্গিয়া আহমৰ লগত কণ্ডিত খাটিছিলে। পাচে গোহাঞি নাম গুছিত চৈয়নিয়া সন্দিকৈ নাম ললে। আৰু মাজে। ৰজা দেৱৰ দিনত মাদুৰীয়াল গোহাঞি সাল গগাহাঞি এই দুয়ে দেৱতাত প্ৰাৰ্থনা কৰিলে বোলে চৈয়নিয়া সন্দিকৈ আমাৰ বঙ্গহ, স্বৰ্গদেৱে নিৰ কৰি দিয়ক। পাচে দেও দিহীঙ্গিয়া আহমৰ খেলৰ পৰা গুছাই, বিহমৰা পাট গুছাই চেটিয়া পাতৰৰ লগত দিলে। চৈয়নাতে মাটি বাড়ি দি পাতিলে। সেই সময়ৰ পৰাহে চেটিয়া পাতৰৰ খেলত খাটছে। পূবৰ ৰণ পৰিয়া সাইনাংকৰ অপোন গোষ্ঠি নহয় ইহঁত, যাতে লাইনাংক পুতেকে তোলা। দিহীঙ্গিয়া আহমৰ লৰা তুলিলেনি। তাতে হে ইহঁতক চৈয়ন। সন্দিকৈ বলে। কড গোহাঞিও আমাৰ বঙ্গ বোলে। আৰু পূৰ্বে দিহীঙ্গিয়া ৰজা দেৱে ৰটাটেমনি মাৰি বাৰভূঞা উত্তৰ কোলত পাতিলেনি। ভূঞাৰ নাম। উতে ১, মাই ১, ৰাই ১, সকাই ১, কোধিক ১, উজিৰ ১, লক্ষণ, ৰাৰা। চোদাৰ ১, সনাতন ১, কেহহ ১, মভট ১, ভকতা ১। এই বাৰটা মুখ্য ভূঞা। আৰে চাৰিটাকৈ সৰু মূৰি ফু দুকুড়ি আঠোটা। এটা ভাজি আমি লাফা কলি