পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

TI আৰু চুল গলে নিল ট লগ লাগিলি। সেই ৰলৈ চাইশং বা গোহাঞিক পঠালে। খড়গোহাঞিৰ অগত পুতে নামিঙ্গো গল, ভায়েক সাজুগগাহাঞিও নগা ৰ। পাচে গাৰে কটাকটি লাগিল। আমাৰ মানুহ বিস্তৰ পৰিজ। পচে বড়গোহা»ে মানুহ পৰিবৰ দেখি আগবাঢ়ি গৈ গাকো দুই এক কাটিলে। নগায়ে হৰি মাৰি খেদি গৈ বহুগগাহাঞিক কাটিলে, পুতেক নাঙ্গবিঙ্গকে কাটিলে, ভায়েককে কাটিলে। কত্ৰী বুলি বড়গোহাঞিৰ বাপেক পুতেকৰ শৱ নগায়ে নিলে। পাচে স্বৰ্গদেৱে নপচুৰ মানুহ সাজি উইকৈ পোতালে। এই কাৰণে সে বড়গোহাঞি ফৈজীয়াই মূৰচিগা লাউ নেই; ইবোৰক মেধাবৰ দেখি আনেও নেই। পাচে মহাৰা চাউকাং বাঙুক বড়গোহাঞি বড় পুতেক লাই নাংকক মানুহ দুমুহ দি নগা ৰণলৈ পঠালে। সি মানুহৰ লগ এৰি বাটৰ পৰা পলাল। পাচে নাঙ্গচুঙ্গ ভাটিঙ্গাকে দেখি বোলে মোৰ পুথাও পুলিনৰ নাম সুমাই হে। একেটায়ে আটাইৰে দুৰ্যশস্যা অনাই, এই বুলি আপুনি মানুহ দুমুহ লৈ নগাৰণলৈ গল। পাচে নাৰে ৰণ কৰি নগা বিৰক কাটিলে। নগা ৰণ এৰি পলাশ। নাঙ্গচুঙ্গে খেদি গৈ নগাৰ পাঞ্চখান গাঞো মাৰিলে। খানা নাৱেৰে ডাঙ্গৰ নগ। অটা ধৰি আনিলে। আহি দেৱতাক সেৱা কৰিলেহি। দেৱতাও বিস্ত প্ৰশংসা কৰি বোলে ইয়াৰ এই মান বয়সতে এই মান আপাহ পোৱ গল, আগলৈকো পাৰলৈ আছেহে, এই বুলি পুথাৱকৰ সলনি ৰজাদেৱে নাঙ্গচুঙ্গকে বড়গোহাঞি পাতিলে আৰু খান নাৱেৰে নগাক নি বড়গোহাঞিৰ খেলত আহমৰ লগত পাতিলে। বুঢ়া ৰাদেৱৰ দিনত তাৰ পুতেকক লিকচৌৱনৰ বড় পাতিলে, এই কাৰণে এই ধৰক ন বড় বোলে। আৰু চাউকাং বাক বড় গোহাঞি বড় পুতেক লাইনাংক পাই ঋণ পলৰীয়া বুলি বাৰুৰ হৰ অপৰ পৰা নি