বৰাহী লগোৱা ঘৰ হল। আনে থাকি নাপাই আৰু মৰাণে আলু কচু
ঢেকীয়া মেটকা নেফাপু মেচাকি মেজাঙ্কৰি ভেটে
তাক ৺এ খাব নাজানে। লগত থকা বৰাহীত সোহে বোলে তহঁতে কেনেকৈ খা, আমাকো সিজাই দে। পাচে সিহঁতেও সিজাই দিলে। ভাল পাই খালে, বোলে আজিৰ পৰা তহঁতক ৰান্ধনী পাতিলোঁ এতেকেহে অদ্যাপিও বৰাহী চাঙ্গমাই হল, বৰাহী ৭ ঘৰ, মৰাণ ১২ ঘৰ। এইৰূপে বশ কৰি লৈ তাৰ পৰা বড়দুৱাৰলৈ আহিল। পা জিংপুঙ্গলৈ গল। তাৰ পৰা খাম্জাঙ্গলৈ আহিল। তাৰে পৰা নগা মাৰিবলৈ ডাঙ্গৰীয়াবোৰক পাচিলে।
ই বোৰে গলত ভয় হুই নগাৰ ফংখুং ১, খানলহাং ১, তিজাং ১, ঘিলাও ১, লাতেমা ১, পাহুক ১, তাক ১, এই তখন গা আপুনি ধৰি হি। সেই নগাৰ নগা গাঁও আক্ৰমণ। হাতোয়াই তপলু, তপলি, ভঙ্গতিন, জেখম এই চাৰি ধন গা মৰলে। যিবোৰ বড়কথা মাতিছিল, তাৰ ককাএক বাপেকৰ মঙ্গহ কাটি খুৱালে। ভাঙ্গৰীয়াবোৰেও খামজাঙ্গতে ৰ লগ ধৰিলেহি। তাৰ পৰা লৈফাউলৈ আহিল। তাৰ পৰা নামপুঙ্গলৈ আহিল। তাৰ পৰা নামলৈ আহি ১২৮৪ শকত মজা তুই কিছু কিছু মস্থান আমি ললে। নামি আহোতে পুনাতিৰ পৰা বুঢ়াগোহাঞিক বাট পথ চাবৰ নিমিত্তে যেতিয়া পাচিলে, বুঢ়াগোহাঞি আহি দিশ পাহৰি ৰ লগ হই নামি আহি নিলীহ পাৰ হৈ পৰ্বত ফুৰোতে পিচলা খাই পৰিলত, কাবহ হলে ফুটিলে। হলো অকিল। দুধ পাই যাব নোৱাৰি এঘৰ মৰাণৰ ঘৰত বলছি। পাচে সকলো বৃত্তান্ত কলত মৰাণে ঔষধ দি খুৱাই ধুৰাই চালে, মোলে তই কত বিচাৰি পাৰি, মোৰ এখেতে থাক। এই বুলি সুন্দৰ সাহা দেখি একেক বিল্লা দিলে। পাচে পুত্ৰ এটি জন্মিল।