পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পুৰণি অসম-বুৰঞ্জি
১৩
 

বুঢ়াগোহাঞি মৰোতে ঘৈনীএকত কলে, বোলে এই কাকবাঁহৰ ফুত হোন গনি খৈয়ে। কোনো দিনত যদি বুঢ়াগোহাঞ্জি বুলি সোনাওতা হয়, আগে দেখাই তহঁতে মোৰ সকলো সতে কথা কবি। এই খুশি বুঢ়াগোহাঞি মৰিল। সাত বৎস পাচত চুকাফা * বোলে আমাৰ যে বুঢ়াগোহাঞ্জি বুঢ়াগোহাঞি হল, আতে কত বা আছে নেকি, বিচাৰ কৰক। পাচে এই কথা শুনি বুঢ়াগোহাৰি বৈৰীকে শটি লৈ গত কলে গৈ, হেজদানকে দিলে। চিন প্ৰমান সহ সঙ্কেতকে কলত, প্ৰমান পাই সেই লটিকে বুঢ়াগোহাঞি পাতিলে। তাৰে পৰা বুঢ়াগোহাঞি হল। তাতে দুই বৎসৰ আহিল। পাচে মা খুনও এটাৰে মিত্ৰ কৰিলে। একদিন ৪০ জন মানুহেৰে বাৰিত ভৰিৰ দ্বাৰ পাতি আই মাৰিবলৈ যাওঁতে হাৰি গোমাই নগা খুন কুঞৰ উপহাৰ। বাই পাতিছে। এনেতে মগঞ্জ বাৰ্তা পাই, জাঠি শৰ্চা দা লৈ ক মাৰিবলৈ ৮০ মান বগা খেদি আহিল। এই কথা খুনবাৱে জানি আন বাটে আহি ভত কলেছি, বোলে তোমাক মাৰিবলৈ নগাও খেদি আহিছে, শীঘ্ৰে ওলাই যোৱা। পাচে এই কথা জানি চৰাই ধাই হাবিতে এৰি গুছি আহিল। না আহি বিচাৰি নাপাই উলটি গল। পচে আন এদিনা খুনওক মাতি আনি মদ ভাত খুৱাই ধুৱাই কাপৰ দি বোলে, তোমাৰ নিমিত্তেহে মোৰ দেহটো ৰক্ষা পৰিল। এতেকে তোমাক মঞি কি দিম, মোৰ এই তিনোত জলীকে দিলো তুমি নিয়া। সেই জ্ঞানী কুঞৰী আলগী আছিল, চাৰি মাস গৰ্ভ আছিল। পাচে খুনও বোলে তোমাৰ ধৰিণী মোক নালাগে, আৰু গৰ্ভে হৈছে। ৮ বোলে মঞি স্নেহকৈ তোক দিছো, তুমি নিয়া কিন্তু এই যদি গৰ্ভৰ লৰা হই লাটি মোক ফি। পাচে খুনওএ নিলে।