পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-বুৰঞ্জী তেমন কৰিৰে। আৰু আমিও তোমাৰ যে প্ৰস্তুত যে জবাব সন্তুষ্ট হয় তাৰে কৰিম। এখন আমাৰ নজিকি বিবাদৰ মহমদ খাঁ তোমাৰ হলি জব ফিস্তাদ হৈতেসে। ইসস আস্তে তোমাৰ মনুষ্য সাসুকুল কৰি তুমিও প্ৰেম পত্ৰ সহিত ইহানাৰ সঙ্গেই প্ৰত্যুত্তৰ ভেজিবেক। এতেকে পূৰ্বাপৰ মাফিক মৰ্যাদা ব্যবহাষি উভয় তৰফেৰ নাকিচু কমি ৰহিবক। আৱৰ আমিও তোমাৰ একাদশ চতুৰ্ভুজ দুই জনেৰ সাক্ষাৎ যে কাৰ্য সৌস্তব সাম্প্ৰত সাহজিক বাচিবেক সে কাৰ্যৰূপ সাৱশেষ জ্ঞাপন্ন কৰিবেক। অধিক কি কহিম আপুনি বিচাৰ পূৰ্ববকে খাতিৰ খুচি কৰিবেক। ইতি সন ১৫৮১ সন্দেস তাৱ ২ মুঠা, ১০ খান, সুলতানি বানাত ২, মিশ্ৰি ৩ সে, পালেঙ্গ পোচ ৫ খান, স্বফেদ কাঠ ২ সেৰ, লঙ্গ ১ মোনা, চৰ বন্ধক পৰা ৫ খান ভিন্ন মোনাত।” তদনাৰে আমাৰ ৰজাৰ সবে মহমদ খাক তুলি পত্ৰ সন্দেস সহিতে একাদশ চতুৰ্ভুজ দুই কটকীক পুনৰ্বাৰ মহম্মদ খাৰ লগত নাথুলাৰ ঠাই পঠালে। পাচে নাথুলা গুয়াহাটিৰ পৰা ভাগি টকালৈ গল। সেই সময়তে আমাৰ গুয়াহাটি ললে। পাচে একাদশ চতুৰ্ভুজ গুচি আহিল। নাথুলাৰ পৃতি গল। তদনন্ত জয়ধ্বজ মহাৰাজা চাস্তা খাৰ ঠাইত কথা বাৰ্তা বুজিবৰ নিমিত্তে পত্ৰ সন্দেস দি পঠাই দিলে। সনাতন মাধব চৰশক। পাচে চাস্ত খায়ে খানে তুলি সনাতন মাধব চৰণক পত্ৰ সন্দেল দি পঠালে। পত্ৰ এই “স্বস্তি মহামহিম শ্বশুৰ ভাই বড় এক প্ৰতি লেখনং কাৰ্যঞ্চাগে তোমা আনাইত মেহৰ পূত না মা সহিত দোনা উকিল সনাতন ও মাধব চৰণ আপন কৰ্ম্মাইত এখানে আগৰ ভাগায়ত বগচায়াল পহুচিল। আমি ও পৰম সনাইত ভাল হৈয়া ইয়াদ হকিকত পৰম সাদৰে পুৰু চিদায় আৰু তুমিও আমাৰ কাৰণ হাকতুম আট্টয়া চৰিফি সন্দেশ ভেজিচিলা। আমাৰ তোমাৰ পৃত ইয়াত সৎসৰ ফি কি কাৰ্য। আমাৰ কামৰূপ কোচাল কেনা যত সব উষাৰ তুমিতো আপোন মলুককে থাইল কৰি